খেল

July 16, 2025 10:07 PM

views 43

হাটশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সহযোগত জিলা শিক্ষা বিভাগে হাতশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭ দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ১৪ জুলাইৰ পৰা চলি থকা এই বেডমিণ্টন প্ৰশিক্ষণ শিবিৰত অসম বেডমিণ্টন দলৰ প্ৰাক্তন প্রশিক্ষক নুৰাল আখতাৰ হুছেইনে মুখ্য প্রশিক্ষক হিচাপে অংশগ্রহণ ...

July 16, 2025 9:54 PM

views 47

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ ১৭জনীয়া এটি ফুটবল দলে স্পেইন ভ্ৰমণ কৰিব

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ এটি ১৭জনীয়া ফুটবল দল এইমাহৰ শেষ ভাগলৈ স্পেইনলৈ যাব। এই দলটোৱে স্পেইনত মাৰভেলো ফুটবল ক্লাবত ১৪ দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। এই দলটোত ৭০ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷

July 15, 2025 12:17 PM

views 39

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ শৃংখলাত ইংলেণ্ডৰ ২-১ ৰ অগ্রগতি লাভ

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰিছে। লর্ডছত কালি অনুষ্ঠিত তৃতীয় টেষ্টৰ অন্তিম দিনা ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ নমা ভাৰতে ১৭০ ৰানতেই আটাইকেইটা উইকেট হেৰুৱায়। ৰবীন্দ্ৰ জাদেজা ৬১ ৰানত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ বেন ষ্ট’কছ আৰু ...

July 15, 2025 12:13 PM

views 68

জাপান অ’পেন ছুপাৰ-750 প্রতিযোগিতাত সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীৰ ভাৰতক প্রতিনিধিত্ব

আজি টকিঅ'ত আৰম্ভ হ'বলগীয়া জাপান অ'পেন ছুপাৰ-750 প্রতিযোগিতাত ভাৰতৰ শীর্ষ বেডমিণ্টন যুটি সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ডাবলচ্ শাখাত দেশক প্রতিনিধিত্ব কৰিব। মালয়েছিয়া অ'পেন, ইণ্ডিয়া অ'পেন তথা ছিংগাপুৰ অ'পেনৰ ছেমি ফাইনেলত আৰু ইণ্ডোনেছিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত শেহতীয়া...

July 15, 2025 12:09 PM

views 57

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলী ফিডে মহিলা দবা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলীয়ে জর্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা দবা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত টাই-ব্ৰেকত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখো ইতিমধ্যে প্রি- কোৱাৰ্টাৰ ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। পূৰ্বৰ গেমসমূহ ড্র' হোৱাৰ পাছত ১০+১০ ৰেপি...

July 15, 2025 12:02 PM

views 84

বিহাৰৰ দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন

বিহাৰে দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫'ৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি ডেৰাডুনৰ মহাৰাণা প্রতাপ স্প'ৰ্টছ কলেজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত যোৱাবাৰৰ বিজয়ী ওড়িশাক ১৭-১৫ গ'লত পৰাস্ত কৰি ল'ৰাৰ ১৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰে৷ ইয়াৰ পূৰ্বে চণ্ডীগড়, হাৰিয়ানা, পঞ্জাৱ, পশ্চিমবংগ আৰু মহা...

July 14, 2025 8:02 PM

views 62

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ ছটা উইকেট বাকী থকা অৱস্থাত ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে যদিও কালি অপৰাজিত হৈ থকা কে এল ৰাহুলে মাত্ৰ ৬ ৰান যোগ দিয়াৰ পাছতে ৩৯ ৰানত ষ্ট’কছৰ বলত এল বি ডব্লিউ আউট হয়। ঋষভ পণ...

July 14, 2025 11:40 AM

views 48

যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা

যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।

July 14, 2025 11:34 AM

views 128

২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ" কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্...

July 14, 2025 11:30 AM

views 54

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন

● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে ৩৩ ৰান কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি ১৩৫ ৰানৰ প্ৰয়োজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।