March 20, 2025 11:27 AM
52
ছুইচ অ’পেন বেডমিণ্টনৰ মহিলাৰ ডাবল্ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটি
■ ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো আজি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইচ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবল্ছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ ছেলিন হচছ আৰু এমিলি লেহমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটিটো কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলাইন মুলৰ আৰু নে...