বিশ্ব চেম্পিয়ন ডি গুকেশে কালি Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানৰ ষষ্ঠ ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ আৰু পাঁচবাৰৰ চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে গুকেশে নৰৱে দবা প্ৰতিযোগিতাত কাৰ্লছেনক পৰাজিত কৰিছিল। গুকেশে একেৰাহে পাঁচখন খেলত জয়লাভ কৰি ১০ পইণ্টেৰে প্ৰতিযোগিতাত অগ্রগতি লাভ কৰিছিল। জান-ক্রিজছট’ফ দুদাই রেজলি ছ’ৰ বিৰুদ্ধে ডু’ খেলি ৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে।
Assamese | July 4, 2025 1:08 PM | D. Gukesh
Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাত ডি গুকেশৰ অগ্ৰগতি