আঞ্চলিক সংবাদ

January 21, 2026 7:34 PM

views 77

অসমত ৭৯সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেল আৰম্ভ

৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ আজিৰে পৰা অসমত অনুষ্ঠিত হৈছে। চিলাপথাৰত আজি প্ৰতিযোগিতাৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১১ বজাত অনুষ্ঠিত হয়। এইবাৰ সপ্তমবাৰৰ বাবে চিলাপথাৰৰ ৰাজীৱ গান্ধী ক্রীড়া প্ৰকল্পত এই প্রতিযোগিতা অনুষ্ঠিত হৈছে। অসম প্ৰথমখন খেলত তামিলনাডুৰ হা...

January 21, 2026 12:52 PM

views 75

জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ

 গৱেষক শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গবেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱ...

January 21, 2026 12:48 PM

views 51

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ'ব ধৰিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। আস্থা গঢ়াৰ আৰু সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি পুৱাৰ ভাগত কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত ফ্লেগমার্চ ...

January 21, 2026 12:43 PM

views 41

বর্ল্ড ইক’ন’মিক ফ’ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ

 ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বর্ল্ড ইক'ন'মিক ফ'ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰে। ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ লগতে তেওঁ গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশ ...

January 21, 2026 12:40 PM

views 36

পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ একত্ৰিত মঞ্জুৰী হিচাপে অসমলৈ ২১৩ কোটি ৯০ লাখ টকা মোকলাই দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে আবণ্টিত এই ধন ৰাজ্যখনৰ দুহেজাৰ ১৯২ খন গাঁও পঞ্চায়ত, ১৮২ খন আঞ্চলিক পঞ্চায়ত আৰু ২৭ খন জিলা পৰিষদলৈ মোকলাই দিয়া হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে কালি সদৰি ক...

January 21, 2026 12:38 PM

views 67

কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্রস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদর্শন দেখিবলৈ পোৱা যা...

January 21, 2026 12:36 PM

views 60

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নির্দেশ দিছে। পৰিষদৰ ভূমি ৰাজহ বিভাগৰ সচিবৰ তৰফৰ পৰা জাৰি কৰা এটা নির্দেশত পৰৱৰ্তী ১৫ দিনৰ ভিতৰত পিজি আৰ ভূমি খালি কৰিবলৈ কোৱা হৈছে। খেৰণিৰ পি জি আৰ ভূমিত থকা ২৬৫ টা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব...

January 21, 2026 12:34 PM

views 52

ডিব্ৰুগড়ত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত

 ডিব্ৰুগড় জিলাৰ ধেমেচি মাজুমেলীয়াৰ ধনেখনাৰ পাৰৰ ৰাণীমুখ চোমণিত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত হ'ব। ধনেখনা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অঞ্চলটোৰ পাঁচটা যুৱ সংগঠনে ৰাইজৰ সহযোগত আয়োজন কৰা এই নাট উৎসৱত ৰাজ্যখনৰ আগশাৰীৰ কেইবাটাও নাট্যগোষ্ঠীয়ে নাট প্রদর্শন কৰিব। আজি পুৱা...

January 21, 2026 12:14 PM

views 33

বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছত যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ

গুৱাহাটীৰ কামাখ্যা, আৰু কলকতাৰ হাওৰাৰ মাজত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰ ৰে'লৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতে যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি টিকেটৰ সংৰক্ষণ মুকলি কৰি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে সকলোবিলাক আসনৰে টিকট বিক্রী হয়। টিকেটৰ এই খৰতকীয়া বিক্ৰীয়ে ব...

January 20, 2026 8:35 PM

views 32

শ্ৰীভূমি জিলাত প্ৰশাসনৰ উদ্যোগত ৫৫ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য বিনষ্ট

শ্ৰীভূমি জিলাত আজি প্ৰশাসনৰ উদ্যোগত ৫৫ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য বিনষ্ট কৰা হয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ উপস্থিতিত ছৰিফ নগৰত আনুষ্ঠানিকভাৱে মাদক দ্রব্যখিনি ধ্বংস কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন থানাৰ আৰক্ষীয়ে চলোৱা ৮১ টা অভিযানত ১৩১ জন সৰবৰাহকাৰীৰ পৰা এই নিচাযুক্ত ...