ৰাষ্ট্ৰীয়

April 7, 2024 12:27 PM

views 90

জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ তীব্র সমালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জয়পুৰৰ এটা সমাবেশত জম্মু-কাশ্মীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেক তীব্র সমালোচনা কৰিছে। শ্ৰীশ্বাহে কালি সামাজিক মাধ্যমযোগে কয় যে, কংগ্ৰেছ দলে কাশ্মীৰৰ সৈতে কি সম্পর্ক বুলি প্ৰশ্ন কৰাটো সঁচাকৈয়ে লজ্জাজনক। শ্ৰীশ্বাহে কয় যে, তেওঁ কংগ্...

April 7, 2024 12:22 PM

views 61

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে চি পি আইৰ দলীয় ইস্তাহাৰ প্ৰকাশ

চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কালি নতুন দিল্লীত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুৰণি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণৰূপে বাহাল আৰু ব্যক্তিগত খণ্ডত সংৰক্ষণ ব্যৱস্থা বলৱৎ কৰাৰ তথা সাৰ্বজনীন খণ্ডক সম সুযোগৰ ভিত্তিত আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । দলে লগতে সক...

April 7, 2024 12:17 PM

views 66

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰ সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৰোড শ্ব′ত অংশ লব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে আজি মধ্যপ্ৰদেশৰ জবলপুৰ সমষ্টিত এটা ৰোড শ্ব′ত অংশগ্ৰহণ কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। এই ৰোড শ্ব'টো আজি সন্ধিয়া শ্বহীদ সিং ক্ৰচিঙৰ পৰা আৰম্ভ হৈ গোৰখপুৰৰ আদি শংকৰাচাৰ্য ক্ৰচিঙত অন্ত পৰিব। উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ মহাকোশল অঞ্চলৰ অন...

April 7, 2024 12:00 PM

views 72

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ নাৱাডাত নির্বাচনী সভাত ভাষণ দিব

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নাৱাডাত এখন নির্বাচনী সভাত ভাষণ দিব। এই সভাখনত বিজেপিৰ নেতাসকলৰ লগতে এন ডি এৰ অন্তৰ্ভুক্ত আন ৰাজনৈতিক দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। এইখন হ'ব এই সপ্তাহটোত ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন নির্বাচনী সভা। ইয়াৰ পূৰ্বে যোৱা চাৰি এপ্ৰিলত ...

April 7, 2024 11:46 AM

views 67

পশ্চিমবংগৰ পূব মেদনিপুৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ ওপৰত আক্রমণ

পশ্চিমবংগৰ পূব মেদনিপুৰ জিলাৰ ভূপতি নগৰত কালি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ ওপৰত কালি এটা আক্রমণ সংঘটিত হয়। NIAৰ দলটো এটা গোচৰৰ তদন্তৰ উদ্দেশ্যে তালৈ গৈছিল। ২০২২ চনৰ ডিচেম্বৰত ভূপতি নগৰত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত তৃণমূল কংগ্ৰেছৰ দুজন স্থানীয় নেতাক নিজৰ জিম্মাত ল'বলৈ যোৱাৰ সময়তে NI...

April 6, 2024 7:54 PM

views 56

কংগ্ৰেছে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে : মল্লিকার্জুন খার্গে

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কৈছে যে, দলে গণতন্ত্ৰ আৰু সংবিধানক ৰক্ষা কৰাৰ বাবে যুঁজ দি আহিছে। জয়পুৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীখাৰ্গেই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছে ইয়াৰ ৫৫ বছৰীয়া শাসন কালত উন্নয়নৰ হকে কাম কৰিছে, আন্তঃগাঁথনি গঢ়ি তুলিছে, আই আই টি, আই আই এমৰ দৰে...

April 6, 2024 8:17 PM

views 65

কংগ্ৰেছৰ ইস্তাহাৰ মিথ্যাচাৰৰ মালিতা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ইস্তাহাৰৰ মিথ্যাচাৰৰ মালিতা বুলি উল্লেখ কৰি আজি কয় যে, তেওঁৰ চৰকাৰৰ তৃতীয় কাৰ্যকাল দূৰ নহয় আৰু বিজেপি চৰকাৰে প্ৰথম ১০০ দিনৰ ভিতৰতে দুৰ্নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজস্থানৰ পুস্কৰত আজি বিয়লি এখন নির্বাচনী সভাত ভাষণ দি...

April 6, 2024 7:42 PM

views 75

লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে : বিদেশ মন্ত্ৰী

বিদেশ মন্ত্ৰী ড° এছ শংকৰে কৈছে যে, লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। ড° জয়শংকৰে আজি সামাজিক মাধ্যম যোগে লোক কেইজনক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে লাওছত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। লোককেইজন প্রলোভনৰ বলি হৈ...

April 6, 2024 7:25 PM

views 62

দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ : ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্রী

প্ৰতিৰক্ষা মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে দেশৰ সীমান্তসমূহ সম্পূৰ্ণৰূপে নিৰাপদ বুলি দেশৱাসীক আশ্বাস দিছে। মধ্য প্ৰদেশৰ সিংৰোলিৰ এখন জনসভাত ভাষণ দি আজি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ শাসন কালত দেশৰ প্ৰান্তে প্রান্তে সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হৈছিল। কিন...

April 6, 2024 7:21 PM

views 67

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ বাবে বিজেপিক তীব্র সমালোচনা

আম আদমী পাৰ্টীয়ে দল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা মন্ত্রী আতিশীয়ে বিজেপিয়ে আম আদমী পাৰ্টিৰ নেতাসকলক দুর্বল কৰাৰ বাবে চৰকাৰী ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুল...