ৰাষ্ট্ৰীয়

April 26, 2024 6:58 PM

views 46

ভিভি পেট শ্লিপৰ সৈতে ইভিএমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ সত্যাসত্য নিৰূপণৰ বাবে দাখিল কৰা কেইবাখনো আবেদন অগ্রাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ভিভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি অগ্রাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ অন্ত...

April 26, 2024 6:57 PM

views 34

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ ৫ হাজাৰ ৭২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। YSRCP-ৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে প...

April 26, 2024 12:32 PM

views 38

ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত এম এছ চি এৰিজৰ ১৬ গৰাকী সদস্য দেশলে উভতি আহিব বুলি বিদেশ মন্ত্র্যালয়ৰ প্ৰকাশ

বিদেশ মন্ত্র্যালয়ে কৈছে যে, ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ ১৬ গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলে উভতি আহিব। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, চালক দলৰ সদস্যসকলৰ স্বাস্থ্য ঠিকে আছে আৰু তেও...

April 26, 2024 12:19 PM

views 48

২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছত একতা দে, ৰণবীৰ সিঙৰ স্বর্ণ পদক লাভ

ভাৰতীয় এথলীটসকলে ডুবাইত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ এছিয় এথলেটিকছৰ কালি দ্বিতীয় দিনা পুৰুষ আৰু মহিলাৰ ৩ হাজাৰ মিটাৰ ষ্টিপলচেছ শিতানত আধিপত্য বিস্তাৰ কৰে আৰু স্বর্ণ পদকৰ সংখ্যা ৩ লৈ বৃদ্ধি কৰে। দেশৰ হৈ একতা দেই মহিলাৰ ৩ হাজাৰ মিটাৰ পিলচেছত ১০ মিনিট ৩১. ৯-২ ছেকেণ্ডেৰে সোণৰ পদক অর্জন কৰাৰ বিপৰীতে পুৰুষৰ শ...

April 26, 2024 12:07 PM

views 56

আই পি এলত আজি কলকাতাত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে যোৱানিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতা...

April 26, 2024 12:02 PM

views 53

বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত প্রধানমন্ত্রীৰ আজি দুখন নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ আৰাৰিয়া আৰু মুংগেৰত এন ডি এ প্রার্থীৰ হকে দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰে প্ৰথমখন সভা আৰাৰিয়াৰ ফৰ্বেছগঞ্জ বিমানবন্দৰ গ্ৰাউণ্ডত আয়োজন কৰা হৈছে। পাছত তেওঁ মুংগেৰ সমষ্টিৰ ছফিয়াচৰাই বিমানবন্দৰ গ্রাউণ্ডৰ দ্বিতীয়খন সভাত ভাগ ল'ব। প্...

April 26, 2024 11:40 AM

views 36

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে ৩ মে' মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু ২০ মে'ত ভোটগ্ৰহণ কৰা হ'ব ।

April 26, 2024 11:51 AM

views 57

ই ভি এম সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ আজি উচ্চতম ন্যায়ালয়ত ৰায় প্ৰদান

উচ্চতম ন্যায়ালয়ে ভিভি পেট শিল্পৰ সৈতে ই ভি এমৰ জৰিয়তে হোৱা ভোটদানৰ ১০০ শতাংশ ভোটৰ সত্যাসত্য নিৰূপণৰ বাবে অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন আজি ৰায় অগ্ৰাহ্য কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা ১৮ এপ্ৰিলত দুদিনজোৰা ব্যাপক শুনানিৰ...

April 25, 2024 6:48 PM

views 33

ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদ ভৱনত ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰায়। শপত বাক্য পাঠ কৰা সদস্যসকলৰ ভিতৰত দেৱেন্দ্ৰ প্ৰতাপ সিং, তেজবীৰ সিং আৰু মহেন্দ্ৰ ভাট আছে।  

April 25, 2024 6:44 PM

views 41

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অভিযোগ

বিজেপিয়ে কংগ্ৰেছৰ দলীয় ইস্তাহাৰ ভুলকৈ ব্যাখ্যা কৰা বুলি দলটোৱে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে দলে ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত লাভ কৰা জনসাধাৰণৰ মতামত অনুযায়ী দলীয় ইস্তাহাৰ যুগুতাই উলিয়াইছে।...