ৰাষ্ট্ৰীয়

June 11, 2025 8:08 PM

views 51

আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্যেষ্ঠ জ্যেষ্ঠ শাখা অভিযন্তা আৰু ক’চিং ডিপ’ বিষয়াক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ত্ৰিপুৰাৰ পৰা কাশ্মীৰলৈ কৰ্তব্য সম্পাদনৰ বাবে যোৱা সীমান্ত সুৰক্ষা বাহিনী- বি এছ এফৰ বিষয়া আৰু জোৱানক পুৰণি আৰু অনুপযোগী ৰে'লৰ সুবিধা প্ৰদান কৰাৰ বিৰুদ্ধে ইয়াৰ লগত জড়িত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলৰ ৩ গৰাকী জ্...

June 11, 2025 8:03 PM

views 47

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয...

June 11, 2025 7:57 PM

views 43

ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব

কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে অহা জুলাইত বিশেষ অভিযানৰ মাহজোৰা দ্বিতীয় পৰ্যায় মুকলি কৰিব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যান বিভাগে ফেমিলি পেঞ্চনধাৰক আৰু বয়োজ্যেষ্ঠ পেঞ্চনধাৰকসকলৰ ২,২১০ টা ওজৰ আপত্তি নিষ্পত্তিৰ বাবে এই অভিযান...

June 11, 2025 7:45 PM

views 58

৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে’ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই ৬,৪০৫ কোটি টকা ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে ভিতৰত ৩ হাজাৰ ৬৩ টকাৰে ৰূপায়ণ কৰিবলগীয়া কোদমা-বৰকাকানা আৰু ৩ হাজাৰ ৩৪২ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া বেল্লাৰি-চিকজাজু ৰে'ল পথ দ্বৈতকৰণ প্ৰকল্প আছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত স...

June 11, 2025 7:21 PM

views 57

চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নির্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্ৰীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'বগ...

June 11, 2025 7:14 PM

views 66

চাইবাৰ ক্ৰাইমৰ অপৰাধী চক্র উৎখাতৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চাইবাৰ ক্ৰাইমৰ এটা অপৰাধী চক্র উৎখাত কৰাৰ লগতে ২ কোটি ৮০ লাখ টকাৰ ক্রিপ্ত’ কাৰেঞ্চি জব্দ কৰে। সংস্থাটোৱে চাইবাৰ ক্রাইম বিৰোধী বিশেষ অভিযানৰ অংশ হিচাপে তিনিটাকৈ স্থানত অনুসন্ধান চলায়। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰী বিষয়া অথবা বিখ্যাত প্রযুক্তি সংস্থাসমূ...

June 11, 2025 7:07 PM

views 45

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। এনে প্ৰচাৰৰ অংশ হিচাপে আজি আমি ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ ৰূপান্তৰ সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছে। দেশত বি...

June 11, 2025 7:03 PM

views 63

ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লাসহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পৰিকল্পিত AXIOM অভিযান পিছুৱাই দিয়া হৈছে

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কয়, যে ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লাসহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ পৰিকল্পিত AXIOM অভিযান পিছুৱাই দিয়া হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ড° সিঙে কয়, যে মহাকাশলৈ পঠিওৱাৰ পূৰ্বে চলোৱা পৰ্যবেক্ষণমূলক পৰীক্ষাত যানখনত ক...

June 11, 2025 6:54 PM

views 61

নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নিম্ন সদনৰ প্ৰাক্তন অধ্যক্ষ কে এছ হেগ্ৰেৰ জন্ম বার্ষিকী উপলক্ষে সংবিধান সদনত থকা তেওঁৰ প্ৰতিচ্ছবিত পুষ্পমাল্য তৰ্পণ কৰে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, সাংসদ আৰু লোকসভা, ৰাজ্যসভা সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলে প্রাক্তন অধ্যক্ষগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

June 11, 2025 6:24 PM

views 53

ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ বৈঠক

ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলনৰ আপাহতে অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই বহনক্ষম মীন পালন, সামুদ্রিক সম্পদৰ ব্যৱস্থাপনা আৰু সা...