ৰাষ্ট্ৰীয়

June 11, 2025 6:07 PM

views 86

২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্ৰী মোদীয়ে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ জুনত ওড়িশাত বিজেপি চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত গণ সভাত অংশগ্রহণ কৰিব। ভুৱনেশ্বৰৰ জনতা ময়দানত এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে আয়োজিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ওড়িশা চৰকাৰে ওড়িশা প্ৰশাসনীয় সেৱাৰ ৬০ গৰাকী বিষয়াক দায়িত...

June 11, 2025 6:03 PM

views 41

সর্বদলীয় প্রতিনিধি দলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰিছেঃ সঞ্জয় ঝা

৫খন দেশলৈ যোৱা এটা সর্বদলীয় প্রতিনিধি দলক নেতৃত্ব দিয়া জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই প্রতিনিধি দলটোৱে ইয়াৰ ভ্রমণকালত বিভিন্ন বৈঠকত অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী স্থিতিৰ বিষয়ে ফলপ্রসূভাৱে অৱগত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে অপাৰেচন সি...

June 11, 2025 5:56 PM

views 79

চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছেঃ প্ৰধানমন্ত্ৰী

ভৱিষ্যত প্ৰজন্মৰ আন্তঃগাঁথনিৰ বাবে ভাৰতৰ প্ৰয়াস স্থায়ী আৰু দীৰ্ঘকালীন দৃষ্টিভংগীৰে পৰিচালিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ ভেটি গঢ়ি আছে। তেওঁ কয়, যে আন্তঃগাঁথনি বিপ্লৱৰ ১১ টা বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়ছো...

June 11, 2025 11:48 AM

views 35

আকাশবাণীত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক সুৰক্ষিত আৰু অধিক মর্যাদাপূৰ্ণ কৰি তোলা সন্দৰ্ভত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজিৰ শিতানত চৰকাৰৰ সংস্কাৰমূলক নীতি আৰু পদক্ষেপে কিদৰে প্ৰতিগৰাকী নাগৰিকৰ দৈনন্দিন জীৱন সহজ, অধিক স...

June 11, 2025 11:46 AM

views 58

দেশত সম্প্ৰতি COVID সংক্ৰমিত লোকৰ সংখ্যা ৬,৮১৫

দেশত সম্প্ৰতি ৬,৮১৫ জন লোকৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে ৭,৬৪৪গৰাকী COVID ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। COVIDত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস-প্রশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউম’নিয়াকে ধৰি বিভিন্ন ৰোগত আক্রান্ত আছিল বুলি স...

June 11, 2025 9:31 AM

views 54

সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা ...

June 11, 2025 9:29 AM

views 47

দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশৰ বান ব্যৱস্থাপনা প্রস্তুতি সন্দৰ্ভত কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। শ্ৰীশ্বাহে দেশৰ বান প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা দীৰ্ঘম্যাদী ব্যৱস্থা আৰু যোৱা বছৰৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি লোৱা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্ৰ্যালয়ে...

June 11, 2025 9:27 AM

views 39

২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য চৰকাৰৰঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে চৰকাৰে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উত্তৰাখণ্ডৰ ডেহৰাডুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আৰু সন্ত্ৰাসবাদ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ শ্রীসিঙে কয়, যে সেই সময়লৈ প্ৰতিৰক্ষা খণ্ডত দেশৰ ৰপ্তানি ৫০ হাজাৰ কোটি টকা হ'ব...

June 11, 2025 9:25 AM

views 47

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰৰ এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত ১০জন লোক নিহত

অষ্ট্ৰিয়াৰ গ্ৰাজ চহৰত কালি এখন বিদ্যালয়ত সংঘটিত এটা গুলীচালনাৰ ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন আহত হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বন্দুকধাৰী ২১ বছৰীয়া প্ৰাক্তন ছাত্ৰজনে গুলীচালনাৰ পাছত বিদ্যালয়খনৰ শৌচাগাৰত আত্মহত্যা কৰে। স্থানীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি হতাহতসকলৰ ভিতৰত বন...

June 11, 2025 9:23 AM

views 41

এনডিএ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত সংবাদমেল

বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিজেপিয়ে সমগ্র দেশতে ইয়াৰ ৰাজ্যিক আৰু জিলা মুখ্য কাৰ্যালয়সমূহত কালি সংবাদমেলৰ আয়োজন কৰে। বিজেপিৰ সভাপতি জে পি নাড্ডাই নতুন দিল্লীত এখন সংবাদমেলত ভাগ লৈ বিগত ১১ বছৰত চৰকাৰৰ সাফল্যত আলোকপাত কৰে। এই সংবাদমেলসমূহত নৰেন্দ্ৰ মোদী চৰকাৰৰ নী...