August 5, 2025 3:16 PM
44
ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
■ নতুন দিল্লীৰ হায়দাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভ্ৰমণৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰোমুঅ'লডেজ মার্ক’ছ জুনিয়ৰৰ দ্বিপাক্ষিক বৈঠক চলি আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সভ্যতা, ইতিহাস আৰু জনসংযোগৰ জৰিয়তে ঘনিষ্ঠ সম্পর্ক আছে। ইযাৰ পূৰ্বে আজি ৰাজঘাটলৈ গৈ ফি...