ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছে যে, ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়। ভাৰত আৰু ফিলিপিনছৰ মাজৰ কুটনৈতিক সম্বন্ধৰ ৭৫ বছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক সূদৃঢ় কৰিব।
Assamese | August 4, 2025 8:26 PM | Akashvani Guwahati | Akashvani News | India-Philippines
ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত