August 7, 2025 8:40 PM

views 85

এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড ৰোমনালডেজ মাৰ্কোছ জুনিয়ৰে এছিয়া মহাদেশৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে ভাৰতৰ সৈতে অংশীদাৰিত্ব কামনা কৰিছে। বেংগালুৰত আজি ফিলিপাইনছ-ভাৰত ব্যৱসায় মঞ্চত অংশগ্ৰহণ কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুয়োখন দেশে আঞ্চলিক জ্ঞানৰ আদান-প্রদান, যোগান শৃংখলা সুদৃঢ় কৰা আৰু এই খণ্ডত ব্যাপক উদ্ভাৱন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰে। তেওঁ বৈদ্যুতিক বাহন, উন্নত বৈদ্যুতিক সামগ্ৰী, পুনৰ নৱীকৰণযোগ্য শক্তি, কৃষি, স্বাস্থ্য আৰু ছাইবাৰ সুৰক্ষা- এই ৬টা খণ্ডত দীঘলীয়া স...

August 5, 2025 3:16 PM

views 61

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

■ নতুন দিল্লীৰ হায়দাবাদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভ্ৰমণৰত ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰোমুঅ'লডেজ মার্ক’ছ জুনিয়ৰৰ দ্বিপাক্ষিক বৈঠক চলি আছে। বিদেশ মন্ত্রালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ মাজত সভ্যতা, ইতিহাস আৰু জনসংযোগৰ জৰিয়তে ঘনিষ্ঠ সম্পর্ক আছে। ইযাৰ পূৰ্বে আজি ৰাজঘাটলৈ গৈ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূর্বে আজি পুৱা শ্ৰী মাৰ্ক’ছক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্...

August 4, 2025 8:26 PM

views 54

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ'লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছে যে, ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়। ভাৰত আৰু ফিলিপিনছৰ মাজৰ কুটনৈতিক সম্বন্ধৰ ৭৫ বছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক সূদৃঢ় কৰিব।

August 4, 2025 6:04 PM

views 48

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্রীমার্কোছে ৰাষ্...

August 4, 2025 12:05 PM

views 64

পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ফিলিপিনছৰ ৰাষ্ট্ৰপতি আজি নতুন দিল্লীত উপস্থিত হ’ব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমাৰ্কোছে ৰা...

November 14, 2024 9:12 AM

views 71

ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছেঃ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে ভাৰত আৰু ফিলিপাইনছৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, বহুত্ববাদী নীতি-নিয়ম আৰু অৰ্থনৈতিক সামঞ্জস্যৰ মাজত শিপাই আছে। নতুন দিল্লীত ভাৰত- ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপনৰ বাবে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় আইন, নিয়ম আৰু নীতি ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে যোৱা কেইবছৰমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় হৈছে। ড০ জয়শংকৰে কয় যে এই সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্...