August 5, 2025 8:40 PM
27
ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে শিবু চোৰেণৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ শিবু চোৰেণৰ অন্তেষ্টিক্ৰিয়া আজি তেওঁৰ পৈত্ৰিক গাওঁ ৰামগড় জিলাৰ নেম্ৰাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে সম্পন্ন কৰা হয়। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰ, কেন্দ্ৰীয মন্ত্ৰী জুৱেল ওৰাম, অন্নপূৰ্ণা দেৱী, সঞ্জয় শেঠ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ সুবো...