August 8, 2025 12:23 PM
81
তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত চীনৰ বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি সূক্ষ্মভাৱে নিৰীক্ষণ ভাৰতৰ
চীনে তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি ভাৰতে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কালি ৰাজ্যসভাত মুকুল বালকৃষ্ণ ৱাছনিক আৰু ৰিতাব্ৰত বেনাৰ্জীয়ে সোধা প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্...