প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী মোদীয়ে কয়, যে এই দিনটোত দেশৰ বর্ণাঢ্য বয়ন পৰম্পৰাক উদযাপন কৰা হয় যিয়ে নাগৰিকসকলৰ সৃষ্টিশীলতা প্রদর্শন কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ হস্ততাঁত খণ্ডত থকা বিবিধতা আৰু জনসাধাৰণৰ জীৱন ধাৰণ তথা সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক লৈ গৌৰৱবোধ কৰে বুলি প্ৰকাশ কৰে।
Assamese | August 7, 2025 9:11 PM | narendra modi | PMO India
ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে দেশবাসীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা