ৰাষ্ট্ৰীয়

June 26, 2026 7:20 PM

views 21

শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণ

স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্রাস পাইছে। গুৱাহাটীত থকা শ্রী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ ১১০ বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃ...

June 25, 2026 2:17 PM

views 25

প্রগতিৰ ৫২সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতিৰ ৫২ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি-সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে চাৰিখন ৰাজ্যত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া প...

June 25, 2026 2:15 PM

views 26

আর্মেনিয়াৰ সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে প্রধানমন্ত্রী নিকল পাছিনয়ানক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আর্মেনিয়াৰ প্রধানমন্ত্রী নিকল পাছিনয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আর্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বার্তালাপত শ্রীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰানত আ...

June 25, 2026 2:14 PM

views 26

কীৰ ষ্টাৰমাৰে লণ্ডনৰ হলবৰ্ন আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টিৰ সাংসদ হিচাপে সংসদত কাৰ্যকাল অব্যাহত ৰাখিব

কীৰ ষ্টাৰমাৰে লণ্ডনৰ হলবৰ্ন আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টিৰ সাংসদ হিচাপে সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। লেবাৰ পাৰ্টিৰ নেতা হিচাপে পদত্যাগ কৰাৰ পাছত ষ্টাৰমাৰ সম্প্ৰতি ব্ৰিটেইনৰ দায়িত্ববাহী প্রধানমন্ত্ৰী হিচাপে আছে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ ঘোষণা কৰাৰ পাছত ষ্টাৰমাৰে পৰৱৰ্...

June 25, 2026 2:13 PM

views 46

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰ্টেছ অল্ড ট্ৰেফ'ৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্রুপ-এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা ...

June 25, 2026 1:59 PM

views 28

বিশ্বকাপ ফুটবলত আজি দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত আৰু মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ এখন খেলত দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰিছে। মেক্সিক’ত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে। ইপিনে, আজি পুৱতি নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধ...

June 25, 2026 12:43 PM

views 29

অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলার্ট

অৰুণাচল প্ৰদেশৰ নৱগঠিত কেয়ী পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নীপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নীপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নীপকো কলনীৰ সমীপৰ এখন নির্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ধলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিত...

June 25, 2026 12:34 PM

views 46

অম্বুবাচীৰ আজি চতুর্থ দিন; নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি

অম্বুবাচীৰ আজি চতুর্থ দিনাও মা কামাখ্যাৰ আশিস ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা ৫ বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰেপৰা কামাখ্যা ধামলৈ ভক্ত-দর্শনাৰ্থীৰ লানি নিছিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আ...

June 24, 2026 8:34 PM

views 16

কলকাতাৰ তৰাটালাত নির্মীয়মান গুডাম ভাঙি পৰাত ৩ জন লোকৰ মৃত্যু

আজি কলকাতাৰ তৰাটালাত নির্মীয়মান এটা গুডাম ভাঙি পৰাত ৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু ৫ জন আহত ব্যক্তি এছ এছ কে এম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এন ডি আৰ এফ, আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকৰ সহযোগত দুর্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। নগৰ উন্নয়ন আৰু ...

June 24, 2026 8:31 PM

views 22

ৰাণী দুর্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে গৃহমন্ত্ৰী-প্ৰতিৰক্ষা মন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাণী দুর্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাণী দুর্গাৱতীক সার্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য আক্রমণকাৰীৰ বিৰুদ্ধে বীৰত্বপূর্ণ সংগ্ৰামত প্রাণ আহুতি দিয়া এগৰাকী বীৰ ৰাণী ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।