June 24, 2026 8:28 PM
21
পাছপোর্ট কার্যালয় আৰু পাছপোর্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি
বৈদেশিক মন্ত্রালয়ে জনায় যে, ২০২৫ বর্ষত আঞ্চলিক পাছপোর্ট কার্যালয়, পাছপোর্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে ১ কোটি ৫০ লাখ পাছপোর্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্রালয়ে লগতে জনাই যে, পাছপোর্ট কার্যালয় আৰু পাছপোর্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্র ...