জম্মু-কাশ্মীৰ

August 2, 2026 8:01 PM

views 26

শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১০০ সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে।...

July 19, 2026 8:43 PM

views 21

জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ জিলাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত কমেও ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৭গৰাকী নিৰুদ্দেশ

জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্চ জিলাত হোৱা বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত আজি পুৱাৰ ভাগত কমেও ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৭গৰাকী লোক নিৰুদ্দেশ হয়। পুঞ্চ জিলাৰ চুৰাণকোট অঞ্চল আটাইতকৈ ক্ষতিগ্রস্ত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। নেৰানেপেৰা বৰষুণ আৰু বিধবস্ত বাট-পথৰ মাজতে উদ্ধ...

July 19, 2026 12:38 PM

views 34

প্ৰতিকূল বতৰৰ বাবে পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত

জম্মু আৰু কাশ্মীৰত প্ৰতিকূল বতৰৰ পূর্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা হিচাপে আজিৰে পৰা পেহেলগাম আৰু বালটাল পথেৰে অমৰনাথ যাত্রা স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ অহা কেইদিনমান বেয়া বতৰৰ আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ...

July 12, 2026 11:53 AM

views 29

জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰা বিষয়টোক বিজেপিৰ সমালোচনা

BJP এ নেশ্যনেল কনফাৰেন্স পার্টীৰ বিধায়ক সকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টোক বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র সুধাংশু ত্রিৱেদিয়ে কৈছে যে, ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দ...

June 7, 2026 8:03 PM

views 46

ৰাজৌৰী জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেন্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ শ্ৰদ্ধাঞ্জলি

জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি ৰাজৌৰী জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তর্পন কৰে। জম্মুৰ বায়ুসেনা বাহিনীৰ ছাউনীত সম্পূর্ণ সামৰিক মৰ্যাদাৰে আৰু পুষ্পমাল্য তর্পন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি উপ-ৰাজ্যপাল সিনহা, সামৰিক বাহিনীৰ উচ্চপ...

January 18, 2026 11:45 AM

views 78

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ মন্তব্য

অসম আৰু কাশ্মীৰৰ মাজত ভৌগোলিকভাবে ভালেখিনি ব্যৱধান আছে যদিও ৰাজ্য দুখন সাংস্কৃতিকভাবে সংপৃক্ত হৈ আছে বুলি ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই মন্তব্য কৰিছে। গুৱাহাটীত কালি এছ এছ বিৰ ১৩ নম্বৰ বেটেলিয়নৰ উদ্যোগত আয়োজিত ভাৰত দৰ্শন ট্যুৰ'ৰ অংশ হিচাপে অসমলৈ অহা কাশ্মীৰ উপত্যকাৰ ২৫ গৰাকী বিদ্যার্থীৰ সৈতে মত বিন...

January 11, 2026 8:57 PM

views 73

জম্মু-কাশ্মীৰৰ ঐতিহাসিক মোগল ৰোড পুনৰ মুকলি

জম্মু-কাশ্মীৰত ৰাজৌৰি আৰু পুঞ্চ জিলাক কাশ্মীৰ উপত্যকাৰ ছপিয়ানৰ লগত সংযুক্ত কৰা ঐতিহাসিক মোগল ৰোড আজি পুনৰ মুকলি কৰি দিয়া হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত যোৱা ৭ দিন ধৰি এই পথছোৱা বন্ধ ৰখা হৈছিল। মোগল ৰোডৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অনিল কুমাৰে কয়, যে তুষাৰপাতৰ ফলত পিছল হৈ পৰা পথছোৱা সুৰক্ষাৰ প্ৰতি দ...

November 26, 2025 9:15 PM

views 79

নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনত শপত গ্রহণ কৰিব

নেশ্যনেল কনফাৰেন্স দলৰ নৱনিৰ্বাচিত তিনিজন ৰাজ্যসভাৰ সদস্যই অহা ১ ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনৰ আৰম্ভণিৰ দিনাই শপত গ্রহণ কৰিব। আকাশবাণী জম্মু সংবাদদাতাই জনোৱা মতে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে নেশানেল কনফাৰেন্স দলৰ ছামি অবেৰয়, ছাজাদ আহমেদ কিন্তু আৰু চৌধৰী মহম্মদ ৰমজানক শপত ...

November 23, 2025 8:24 PM

views 88

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম সোমবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব

জম্মু-কাশ্মীৰত চূণশিলৰ খনিজ ব্লকৰ প্ৰথমটো নিলাম কাইলৈ জম্মুত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এই অনুষ্ঠানৰ নেতৃত্ব দিব কয়লা মন্ত্রী জি কিষান ৰেড্ডীয়ে। এই উপলক্ষে মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু উপ মুখ্যমন্ত্রী সুৰিন্দৰ কুমাৰ চৌধুৰী উপস্থিত থাকিব। খনি মন্ত্রালয়ে কয় যে, ইয়াৰ দ্বাৰা কেন্দ্ৰ-ৰাষ্ট্ৰৰ শক্তিশালী ...

November 23, 2025 8:20 PM

views 98

জম্মু-কাশ্মীৰ প্রশাসনে ২৬ নৱেম্বৰত সংবিধান দিৱস উদযাপন কৰিব

জম্মু-কাশ্মীৰ প্রশাসনে চলিত মাহৰ ২৬ তাৰিখে সংবিধান দিৱস উদযাপনৰ বাবে বিশেষ নির্দেশনা জাৰি কৰিছে। আমাৰ সংবাদদাতাৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো চৰকাৰী কার্যালয়, শিক্ষানুষ্ঠান, আৰু ৰাজহুৱা খণ্ডক সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে বিভিন্ন কায্যসূচী গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।