জম্মু-কাশ্মীৰ

July 14, 2024 6:59 PM

views 73

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ  মূল শিবিৰৰ পৰা অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা

৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল আজি নিচেই পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হৈছে। ইয়াৰে ভিতৰত এহেজাৰ ৮৯৬ গৰাকী তীর্থযাত্ৰী পুৱা ৩ বাজি ৫ মিনিটত বালতল শিবিৰৰ পৰা আৰু ২,৯৯৩ গৰাকী তীর্থযাত্রী পেহলগাম শিবিৰৰ পৰা পুৱা ৩ বাজি ৫৫ মিনিটত ১৮৭ খ...

July 14, 2024 6:55 PM

views 95

জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ পুনৰগঠন আইন ২০১৯ সংশোধন কৰি উপৰাজ্যপালৰ কৰ্তৃত্ব যথেষ্ট শক্তিশালী কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত ব্যৱসায়িক লেনদেন নিয়ম সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। এই নিয়মসমূহ চৰকা...

July 7, 2024 6:18 PM

views 76

দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছত জিলাখনৰ ফিচল চিনিগাম আৰু মৰ্টেগাম অঞ্চলত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। কাশ্মীৰ মণ্ডলৰ...

June 23, 2024 9:03 PM

views 96

কাশ্মীৰৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উৰি খণ্ডত অব্যাহত অনুপ্রবেশ বিৰোধী অভিযানত এজন সন্ত্রাসবাদী নিহত হৈছে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰক্ষা বাহিনীয়ে কেইজনমান সন্ত্রাবাদীক অনুপ্ৰবেশৰ সম্ভেদ লাভ কৰাৰ পাছত শনিবাৰে বজৰং-উৰি খণ্ডত চলোৱা অভিযানৰ সময়ত সূত্রপাত হোৱা গুলিয়...

June 16, 2024 2:11 PM

views 67

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনা বৈঠক

জম্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পর্যালোচনাৰ বাবে আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা পৰিস্থিতিৰ সবিশেষ বুজ লয়। পৰৱৰ্তী সময়ত এনে আ...

May 26, 2024 7:24 PM

views 81

কাশ্মীৰ উপত্যকাৰ কুলগামত সংঘটিত পথ দূৰ্ঘটনাত তিনিজন লোকৰ প্রাণহানিৰ লগতে অন্য ৩ জন আহত

কাশ্মীৰ উপত্যকাৰ কুলগাম জিলাৰ নিপোৰাত কালি হোৱা এটা পথ দূৰ্ঘটনাত পাঞ্জাবৰ তিনিজন লোকে প্রাণ হেৰুৱাই আৰু অন্য ৩ জন আহত হয়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কাজিগুন্দৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ থকা এখন বাহন নিপোৰা এলেকাৰ বিদ্যুৎ যোগান কেন্দ্ৰৰ সমীপত পথৰ পৰা বাগৰি পৰা বাবে এই অঘটন ঘটে। বাহনখনত পাঞ্জাবৰ গ...

May 12, 2024 6:48 PM

views 96

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ বনাঞ্চলত সুৰক্ষা বাহিনীৰ সন্ত্ৰাসবাদীৰ গোপন ঘাটি উৎখাত

সুৰক্ষা বাহিনীয়ে জম্মু কাশ্মীৰৰ ৰিয়াছি জিলাৰ এটা বনাঞ্চলত সন্ত্ৰাসবাদীৰ এটা গোপন ঘাটি উৎখাত কৰিছে আৰু বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় ৰাইফলছ আৰু আৰক্ষীৰ এটা যুটীয়া দলে আজি পুৱা মাহোৰেৰ কোট বুধান বনাঞ্চলত তালাচী চলোৱাৰ সময়ত সন্ত্ৰাসবাদী...

May 7, 2024 9:07 PM

views 105

কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰে গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত

কাশ্মীৰৰ কুলগাম জিলাৰ ৰেদৱানী পায়ী গাঁৱত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা এটা গুলিয়াগুলীৰ ঘটনাত দুটা সন্ত্ৰাসবাদী নিহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু সেনা তথা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোত কালি নিশা অভিযান চলায় । দলটো কাষ চপা...

May 5, 2024 2:03 PM

views 89

জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহিনীৰ এজন জোৱান শ্বহীদ হৈছিল আৰু ৫ জন আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনে আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীক সহায় কৰা বুলি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।