জম্মু-কাশ্মীৰ

November 16, 2025 7:07 PM

views 101

কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে

কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্র সিঙে জম্মু-কাশ্মীৰৰ উধমপুৰ-কথুৱা-দোদা লোকসভা সমষ্টিৰ বাবে প্রায় ৮৭কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূর্ণ হোৱা কেইবাটাও প্রকল্প মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৯২৪ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল পদ্ধতিৰে এ...

September 29, 2025 8:23 PM

views 126

জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ প্রকাশ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ অধীনত জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে আওহতীয়া অঞ্চলটোত কৃষি খণ্ডক উৎসাহিত কৰাৰ লগতে কৃষি উদ্যমীসকলকো সহায় কৰিব। উল্লেখযোগ্য যে, ক...

September 21, 2025 8:05 PM

views 108

নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ ৰং-বিৰঙী আলোকসজ্জা আৰু ফুলেৰে সজাই পৰাই তোলা হৈছে

কাইলৈৰ পৰা উদযাপন হ'বলগীয়া নৱৰাত্ৰি উপলক্ষে জম্মু-কাশ্মীৰৰ কাষ্ট্ৰা নগৰী আৰু ত্ৰিকূট পাহাৰত থকা শ্ৰীমাতা বৈষ্ণোদেৱী মন্দিৰ, লাখ লাখ ভক্তক আদৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভক্ত সকলৰ সুবিধাৰ্থে তথা তীর্থযাত্ৰীসকলৰ আধ্যাত্মিক যাত্ৰাৰ অভিজ্ঞতা সূচল আৰু মধ...

July 23, 2025 12:35 PM

views 103

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থনৰ উদ্দেশ্যেৰে ৱেব প’ৰ্টেল মুকলি

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ৰাজ্যখনৰ সন্ত্ৰাসবাদত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সমৰ্থন কৰাৰ উদ্দেশ্যেৰে এটা ৱেব প'ৰ্টেল মুকলি কৰিছে। এই ৱেব পৰ্টেলটোৰ জৰিয়তে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ সন্ত্ৰাসবাদত প্রভাৱিত লোকসকলক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা খৰতকীয়া কৰাৰ লগতে অন্যান্য সহায়-সমর্থন সময়মতে আগব...

May 4, 2025 8:36 PM

views 104

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত সেনা কঢ়িওৱা বাহন দ খাৱৈত পৰাত কেইবাজনো সেনাৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত আজি সেনা কঢ়িয়াই নিয়া এখন বাহন ৰাস্তাৰ পৰা পিছলি ৭০০ ফুট দ খাৱৈত পৰাৰ ফলত কেইবাজনো সেনাৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, সেনাৰ গাড়ীখন জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰামবন জিলাৰ বেট্টি চচমাৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়...

April 20, 2025 8:50 PM

views 132

জম্মুৰ ৰামৱান জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু; উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এই ঘটনাত দুগৰাকী শিশু আৰু এগৰাকী বয়োজ্যেষ্ঠ লোককে ধৰি মুঠ ৩ জন লোকৰ মৃত্যু হৈছে। ১০০কৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে যোৱানিশা অঞ্চলটো...

April 15, 2025 2:30 PM

views 87

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়াগুলীত এজন সেনা জোৱান আহত

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত যোৱা নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ চুৰানকোট মহকুমাৰ লাছানা গাঁৱত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্...

March 23, 2025 8:09 PM

views 135

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আৰম্ভ

গাজিয়াবাদৰ হিন্দন বিমানবন্দৰৰ পৰা জম্মুলৈ বিমানসেৱা আজি আৰম্ভ হয়। হিন্দন বিমান বন্দৰৰ পৰা জম্মুলৈ পুৱা ৯-৩০ বজাত প্ৰথমখন বিমানে উৰণ আৰম্ভ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে এতিয়া এন চি আৰৰ পৰা বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাটো সহজ হৈ উঠিব। এতিয়াৰে পৰা জম্মুত উপস্থিত হোৱাৰ...

February 9, 2025 7:02 PM

views 71

বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী, সেৱনত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত থকা বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটৰাত সুৰা আৰু আমিষ খাদ্য বিক্রী তথা মজুত ৰখা আৰু সেৱন কৰাত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্রহণ কৰিছে। এই নিৰ্দেশ অনুসৰি...

January 15, 2025 6:43 PM

views 83

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।