July 5, 2026 11:23 AM

views 21

অসমৰ অংকিতা কোঁৱৰৰ ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সাঁতুৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা

অসমৰ অংকিতা কোঁৱৰে কালি ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডভাৰ পৰা দিনৰ ডেৰ বজাত যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি ইংলেণ্ডৰ সময়মতে যোৱানিশা ২-৩৫ বজাত ফ্ৰান্সৰ কেলিছ'ত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক ই...

July 5, 2026 10:14 AM

views 15

অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী

গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰী কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্রই এই জিলা কেইখনত ...

July 5, 2026 10:10 AM

views 21

অসমত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি

অসমত ২০২৫ বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে ৯ শতাংশ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি-বিষ্ণু প্রেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পর্কীয়...

July 5, 2026 10:04 AM

views 18

সংসদৰ বৰ্ষাকালীন অধিবেশন ২০ জুলাইত আৰম্ভ হ’ব

সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইত আৰম্ভ হ'ব আৰু ১৩ আগষ্টত সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিয়া প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। শ্রীৰিজিজুৱে সামাজিক মাধ্যম যোগে কয়,...

July 4, 2026 8:39 PM

views 10

ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত ১.৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধা...

July 4, 2026 8:33 PM

views 11

ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত প্রধানমন্ত্ৰী মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্রাহকসকলক ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্রহ্লাদ যোশীয়ে লিখা এটা প্রবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয়, যে অংশীদাৰসকলৰ সৈতে ব...

July 4, 2026 8:22 PM

views 9

চলিত মাহৰ ২০ তাৰিখৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ ২০ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন ১৩ আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পষ্টত জনাই য...

July 4, 2026 8:19 PM

views 9

গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি প্রধানমন্ত্রী মোদীৰ

ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত ৭ হাজাৰ ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধা দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত...

July 4, 2026 8:17 PM

views 8

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক

ডেমি’ক্রেটিক ৰিপাব্লিক অৱ কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা ৬৫১ গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনা...

July 4, 2026 8:13 PM

views 12

ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টার্মিনেলত ইউক্রেইনৰ ড্রোন আক্রমণ

ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টার্মিনেলত ইউক্রেইনে আজি এটা ড্রোন আক্রমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহৰ ওপৰত কেইবা ডজন ইউক্রেইনৰ ড্রোনক প্রতিহত কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গৰ গৰ্ভনৰ আলেকজেণ্ডাৰ বেগল’ভে কয়, যে এই আক্ৰমণত বাল্টিক ...