July 17, 2026 12:26 PM

views 3

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত ইংলেণ্ডৰ সমতা স্থাপন

ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে ...

July 17, 2026 12:23 PM

views 3

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমণা

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে তিনি বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমণা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে ১৯৪৮ চনৰ লোকপিয়ল আইনৰ ১১ নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবি...

July 17, 2026 12:17 PM

views 20

কাজী নেমুৰ সংৰক্ষণ ক্ষমতা অক্ষুন্ন ৰাখিব পৰা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় চৰকাৰৰ পেটেণ্ট লাভ

অসমৰ ভৌগোলিক স্বীকৃতিপ্রাপ্ত কাজী নেমুৰ সংৰক্ষণ ক্ষমতা আৰু সতেজতা দীৰ্ঘদিনলৈ অক্ষুন্ন ৰাখিব পৰা এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পেটেণ্ট অর্থাৎ‍ কৃতিস্বত্ব লাভ কৰিছে। যোৱা ৩ জুলাইত পেটেণ্ট কার্যালয়ে বিশ্ববিদ্যালয়খনৰ এই উদ্ভাৱণক স্বীকৃতি প্ৰদান কৰে। বিশ...

July 17, 2026 12:16 PM

views 3

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে প্রধানমন্ত্ৰী মোদীয়ে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্...

July 17, 2026 12:07 PM

views 11

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা ...

July 17, 2026 11:34 AM

views 22

ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনু...

July 16, 2026 8:26 PM

views 3

চোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকর্মী চোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কর্তৃপক্ষসমূহক নির্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজস কৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয়, যে নতুন দিল্লীৰ যন্তৰ-মন্তৰত অনির্দিষ্ট কাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মীয়...

July 16, 2026 8:23 PM

views 3

চেন্নাইৰ পেৰিয়াৰ নগৰত ডাকঘৰ পাচপার্ট সেৱা কেন্দ্র উদ্বোধন

তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্রী ড০ এল মুৰুগণে কয়, যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দেশৰ শাসন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুতো পৰিবৰ্তন আহিছে আৰু এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতে গোলকীয়ভাৱে বহু ক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে। চেন্নাইৰ পেৰিয়াৰ ...

July 16, 2026 8:20 PM

views 9

তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্য সভাৰ সাংসদৰ পদত্যাগ

তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্য সভাৰ সাংসদ কোয়েল মালিকে আজি পদত্যাগ কৰে। উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে পদত্যাগ পত্র দাখিল কৰে। উল্লেখযোগ্য যে, কোয়েল মালিক চলিত বৰ্ষৰ এপ্রিল মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল। তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা তৃ...

July 16, 2026 8:16 PM

views 3

ভাৰতে ৩৭.৬ কোটি টন খাদ্য শস্য, ৩৭.৭ কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে : মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতে ৩৭.৬ কোটি টন খাদ্য শস্য আৰু ৩৭.৭ কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। নতুন দিল্লীত এখন সংবাদ মেলত ভাষণ দি শ্রীচৌহানে কয়, যে বিজ্ঞানীসকলে এতিয়া খেতি পথাৰলৈ গৈ গৱেষণাৰ কাম কৰিছে। খেতি পথাৰ বচো...