July 19, 2026 11:43 AM
7
নীতি আয়োগে প্ৰকাশ কৰা দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সর্বাধিক অনুকূল ৰাজ্য হিচাপে অসমৰ স্থান লাভ
অসমে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়নেৰে কৰা নীতি আয়োগে প্রকাশ দেশৰ প্ৰথম বিনিয়োগ বান্ধৱ সূচ্যাংকত পাহাৰীয়া আৰু উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক অনুকূল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যম যোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সুস্থিৰ উদ্যোগ অনুকূল নীতি, আইন শৃংখলা ...