মৰিগাঁৱৰ ভুৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যজ্ঞৰাম নাথৰ যোৱা নিশা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ।
বিভিন্ন সামাজিক- সাংস্কৃতিক কামৰ সৈতে জড়িত থকা যজ্ঞৰাম নাথ আকাশবাণী গুৱাহাটীৰ আবেলিৰ বেলি শীৰ্ষক এটা অনুষ্ঠানৰ সৈতেও আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।