কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে।
নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।
Assamese | June 10, 2026 3:12 PM | Akashvani | Akashvani Guwahati | PM Narendra Modi | PMO Modi | Prime Minister of India
কেন্দ্ৰীয় মন্ত্রীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে।
নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্রীমোদীক থিয় হৈ সম্ভাষণ জনায়।
8 hours আগতে
23
9 hours আগতে
8
গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 14th Oct 2026