কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে আজি কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাসায়নিক সাৰৰ ক’লা বজাৰ বন্ধ কৰা, কৃষকক উপযুক্ত মূল্যত সাৰ প্ৰদান কৰা, প্রকৃত কৃষকক পি এম কিষাণ কার্ড প্রদান কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত কৃষকসকলে এই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
Assamese | September 14, 2026 5:48 PM | Akashvani | Akashvani Guwahati | Akashvani News | KMSS
কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ