September 25, 2026 8:16 PM
ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰগতি নোহোৱাৰ ফলত আন্তৰাষ্ট্ৰীয় সমুদায়ৰ মাজত হতাশা বৃদ্ধি পাইছে বুলি ড০ এছ জয়শংকৰৰ মত প্ৰকাশ
ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰগতি নোহোৱাৰ ফলত আন্তৰাষ্ট্ৰীয় সমুদায়ৰ মাজত হতাশা বৃদ্ধি পাইছে বুলি বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮১ সংখ্যক অধিবেশনৰ সুযোগতে অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকত ড০ জয়শংকৰে এইদৰে প্ৰকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে বৃদ্ধি পাইছে আৰু সাম্প্ৰতিক বিশ্বৰ বাস্তৱ পৰিস্থিতি ৰাষ্ট্ৰসংঘই ভালদৰে প্ৰতিফলিত কৰিব পাৰিব লাগে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ বিৰোধিতা ...