September 24, 2026 8:49 PM
5
জিলা আয়ুক্তৰ অধ্যক্ষতাত কামৰূপ মহানগৰত জিলা স্বাস্থ্য অভিযানৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত
কামৰূপ মহানগৰ জিলাত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা স্বাস্থ্য অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন স্বাস্থ্য কাৰ্যেসূচীৰ ৰূপায়ণ আৰু স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। চিকিৎসালয়ত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ, টীকাকৰণ, যক্ষ্মা আৰু এইছ আই ভিকে ধৰি সংক্ৰামক ৰোগ নিয়ন্ত্রণ, মাতৃ আৰু শিশুৰ মৃত্যু হ্ৰাসৰ লগতে অন্যান্য প্রতিবন্ধকতা সম্পৰ্কীয় চিকিৎসা সেৱাৰ বিষয়ে আজিৰ সভাত বিস্তৃতভ...