October 5, 2026 2:25 PM
ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ প্ৰশংসা
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি কয় যে এই চুক্তিয়ে বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত মিউনিখ নেতৃবৃন্দৰ বৈঠকত দিয়া ভাষণত শ্ৰীমতী সীতাৰমনে কয় যে সকলো চুক্তিৰ ভেটি হিচাপে অভিহিত এই চুক্তিয়ে প্রায় ২ বিলিয়ন লোকক প্ৰতিনিধিত্ব কৰা অৰ্থনীতি আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় এক-চতুর্থাংশ সামৰি লৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে প্রতিযোগি...