খেল

September 7, 2024 9:22 PM

views 34

স্পেইনৰ প’ণ্টেৱেড্ৰাত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাত ভাৰতৰ মহিলা মল্লযোদ্ধা দলৰ এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থান লাভ

ভাৰতৰ মহিলা মল্লযোদ্ধা দলে স্পেইনৰ প’ণ্টেৱেড্ৰাত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাত এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে সামগ্রিকভাৱে দ্বিতীয় স্থান লাভ কৰিছে। নিটিকাই কালি মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপৰ পদক অৰ্জন কৰে। নিটিকাই ফাইনেলত ইউক্রেইনৰ মল্লযোদ...

September 7, 2024 9:19 PM

views 58

পেৰিছ পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ

ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিকত ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ কৰিছে। কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। দৌৰবিদ চিমৰণ মহিলাৰ ২০০ মিটাৰত টি টুৱেল্ভ, দিলীপ গাৱিট পুৰষৰ ৪০০ মিটাৰৰ টি ফ'টি ছেভেন আৰু নৱদীপ পুৰুষৰ জেভলিন থ্ৰৰ এফ ফৰ্টি ৱান শিতানত অৱতীৰ্ণ হ'...

September 7, 2024 9:16 PM

views 71

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ...

September 7, 2024 8:59 PM

views 65

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত সদৌ অসম ফুটবল প্রতিযোগিতা

কামৰূপ জিলাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত স্থানীয় মিনি ষ্টেডিয়ামত আজিৰেপৰা প্ৰাক্তন ফুটবল খেলুৱৈ অনন্তৰাম দাস আৰু গণপতি মজুমদাৰ সোঁৱৰণী সদৌ অসম ফুটবল প্রতিযোগিতা অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী খেলখনত ঢোলকুছি সত্যকাম সংঘই কমলপুৰ ফুটবল একাদশক ২-১ গ'লত পৰাস্ত কৰে। খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিবহণ ...

September 7, 2024 8:03 PM

views 63

পেৰিছ-পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ২৭টা পদক লাভেৰে বৰ্তমানলৈকে সৰ্বাধিক পদক লাভৰ গৌৰৱ অৰ্জন

ভাৰতে পেৰিছ-পেৰালিম্পিকত বৰ্তমানলৈকে ২৭টা পদক লাভ কৰি এতিয়ালৈ অলিম্পিকৰ একেটা সংস্কৰণতে সৰ্বাধিক পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। হাই জাম্পাৰ প্ৰবীণ কুমাৰ, টাৰ অৱনি লেখৰা, জেৱলিন গ্ল'ৱাৰ ছুমীট অণ্টিল, আৰ্চাৰ হৰবিন্দ সিং, বেডমিণ্টন তাৰকা নীতেশ কুমাৰ আৰু ক্...

September 7, 2024 12:36 PM

views 52

বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত নিটিকাইৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ নিটিকাই কালি স্পেইনৰ প'ণ্টেৱেড্ৰাত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপৰ পদক অৰ্জন কৰে। নিটিকাই ফাইনেলত ইউক্রেইনৰ মল্লযোদ্ধা ইৰিনা বোন্দাৰাৰ হাতত ১-৪ ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে যোৱা বছৰ ২০ বছৰৰ অনুৰ্ধৰ এছিয়ান চেম্পিয...

September 6, 2024 9:12 PM

views 56

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাত থকা ক্লাৱসমূহৰ মাজত এই ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। বাজেংডুবাৰ বিধায়ক পংচেং আৰ মাৰাকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমষ্...

September 6, 2024 9:11 PM

views 51

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতি...

September 6, 2024 8:43 PM

views 35

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোছিডেন দেৰেকে ৰূপৰ আৰু উজবেকিস্তানৰ গিয়াজোভ টেমুৰবেকে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে বৰ্তমানলৈকে ছটা সোণ,...

September 6, 2024 7:59 PM

views 24

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত ভাৰতৰ জ্যোতি বেৰৱালৰ সোণৰ পদক

স্পেইনৰ পণ্টেভেড়াত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধৰ বিশ্ব মল্ল যুঁজ প্রতিযোগিতাত মহিলাৰ ৭৬ কিলোগ্রাম ওজন ফ্ৰী ষ্টাইল শাখাত ভাৰতৰ জ্যোতি বেৰৱালে সোণৰ পদক অৰ্জন কৰিছে। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত জ্যোতিয়ে ইউক্রেইনৰ মাৰিয়া অলেভিছক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে মংগোলীয়া, চ...