ভাৰতে বৰ্তমানলৈকে পেৰিছ পেৰালিম্পিকত ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ কৰিছে। কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ আজি পদকৰ যুঁজত অৱতীৰ্ণ হ’ব। দৌৰবিদ চিমৰণ মহিলাৰ ২০০ মিটাৰত টি টুৱেল্ভ, দিলীপ গাৱিট পুৰষৰ ৪০০ মিটাৰৰ টি ফ’টি ছেভেন আৰু নৱদীপ পুৰুষৰ জেভলিন থ্ৰৰ এফ ফৰ্টি ৱান শিতানত অৱতীৰ্ণ হ’ব।
Assamese | September 7, 2024 9:19 PM | India at Paris Olympic 2024 | Peraolympics | SPORTS
পেৰিছ পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ৬ টা সোণ, ৯ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জসহ মুঠ ২৭ টা পদক লাভ