খেল

October 20, 2024 8:00 PM

views 50

খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধিঃ মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি কৈছে যে খেলো ইণ্ডিয়া অস্মিতা মহিলা লীগে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা মহিলা খেলুৱৈৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিছে। কেৰালাৰ থিৰুৱনন্তপুৰত থকা ভাৰতীয় ক্রীড়া কৰ্তৃপক্ষৰ বিদ্যায়তনিক শাখা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা মহাবিদ্...

October 20, 2024 7:22 PM

views 35

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাৰত ৮ উইকেটত পৰাস্ত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি আলহী দলটোৱে ভাৰতক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-০৩ অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে প্রথম ইনিংছত ৪৬ ৰাণৰ শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত ভাৰতে কালি ৪৬২ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ১০৭...

October 20, 2024 6:55 PM

views 44

বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে  হকী ইণ্ডিয়াৰ ২২ জনীয়া দল ঘোষণা

হকী ইণ্ডিয়াই বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ২২ জনীয়া দল ঘোষণা কৰিছে। এই অনুসৰি হৰমনপ্রীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বিবেক সাগৰ প্ৰসাদ দলৰ উপ অধিনায়ক হ'ব। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত ২৩ আৰু ২৪ অক্টোবৰত শৃংখলাৰ খ...

October 20, 2024 6:52 PM

views 18

দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়। অলিম্পিক চেম্পিয়ন উগাণ্ডাৰ যশুৱা চেপ্তেগিয়ে পুৰুষ শাখাৰ খিতাপ দখল কৰাৰ বিপৰীতে ইথোপিয়াৰ এলেমদিছ ইয়ায়ু মহিলাৰ শাখাত প্রথম স্থান অৰ্জন কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাত হাজাৰ হাজাৰ লোকে ...

October 20, 2024 11:38 AM

views 43

মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন নিউজিলেণ্ড

নিউজিলেণ্ড আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত প্রতিযোগতাৰ ইতিহাসত ২০১৬ চনৰে পৰা প্ৰথমবাৰৰ ব...

October 19, 2024 8:24 PM

views 51

বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ ফুটবলত ল’ৰাৰ শাখাত কাৰ্বি আংলং, ছোৱালীৰ শাখাত কোকৰাঝাৰ জিলা বিজয়ী

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ শীৰ্ষক ১৩ বছৰ অনূৰ্ধ্বৰ ল'ৰা আৰু ছোৱালী ফুটবল প্রতিযোগিতাৰ কেন্দ্ৰীয় পৰ্যায়ৰ খেলসমূহ আজি অনুষ্ঠিত হয়। বাক্সা জিলাৰ সদৰত থকা মুছলপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ৰ খেলত ল'ৰাৰ শাখাত কাৰ্বি আংলং জ...

October 19, 2024 8:15 PM

views 56

ভাৰত-নিউজিলেণ্ডৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ ৪৬২ ৰানত দ্বিতীয় ইনিংছৰ সামৰণি

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি চতুর্থ দিনা ৪৬২ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰত সম্প্ৰতি নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১০৬ ৰানত আগবাঢ়ি আছে। ভাৰতৰ হৈ ছৰফৰাজ খানে ১৫০ ৰান কৰাৰ বিপৰীতে ঋষভ পণ্টে ৯৯ ৰানৰ বৰঙণি আগবঢ়ায়। খেলৰ তৃতীয় দিনা কালি...

October 19, 2024 7:04 PM

views 25

মেক্সিকোত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪

আৰ্চাৰী বিশ্বকাপ ফাইনেল-২০২৪ আজিৰে পৰা মেক্সিকোত আৰম্ভ হ'ব। এছিয়ান গেমছত সোণৰ পদক বিজেতা ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম, অলিম্পিক খেলুৱৈ দীপিকা কুমাৰী আৰু ধীৰজ বম্মাদেৱাৰা, প্ৰিয়ান্স আৰু প্ৰথমেশ ফুগেই এই প্রতিযোগিতাত অংশগ্ৰহণ কৰে। পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি আজি নিশা ...

October 18, 2024 9:05 PM

views 47

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছত ৩ উইকেটত ২৩১ ৰান সংগ্ৰহ

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত ৩ উইকেটৰ বিনিময়ত ২৩১ ৰান সংগ্ৰহ কৰে ৷ ভাৰত নিউজিলেণ্ডৰ প্ৰথম ইনিংছতকৈ ১২৫ ৰানত পিছপৰি আছে। ভাৰতৰ হৈ দ্বিতীয় ইনিংছত কোহলি আৰু ছ...

October 18, 2024 8:15 PM

views 25

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে হৰমনপ্রীত কৌৰক ভাৰত মহিলা ক্রিকেট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে। আনহাতে চলিত মাহৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাৰ বাবে চাৰিগৰাকী বিশেষ খেলুৱৈক বাছনি কৰা হৈছে। টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় দলটো আগতীয়াকৈ বাহিৰ হোৱাৰ পাছতে মহিলা ক্রিকেট...