হকী ইণ্ডিয়াই বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ২২ জনীয়া দল ঘোষণা কৰিছে। এই অনুসৰি হৰমনপ্রীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বিবেক সাগৰ প্ৰসাদ দলৰ উপ অধিনায়ক হ’ব। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত ২৩ আৰু ২৪ অক্টোবৰত শৃংখলাৰ খেল দুখন অনুষ্ঠিত হ’ব
Assamese | October 20, 2024 6:55 PM | Hockey India
বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে হকী ইণ্ডিয়াৰ ২২ জনীয়া দল ঘোষণা