১৯৪০ চনৰ আজিৰ দিনটোতে মটক জনগোষ্ঠীৰ অন্যতম সংগ্ৰামী সংগঠন সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে জন্ম লাভ কৰিছিল। মটক জনগোষ্ঠীৰ স্বকীয় পৰিচয় ভাষা-সংস্কৃতি, ঐতিহ্য, অস্তিত্ব আৰু ন্যায্য অধিকাৰ সুৰক্ষাৰ লক্ষ্যৰে আৰম্ভ হোৱা সংগঠনটোৱে আজি ৮৬ টা বছৰ অতিক্ৰম কৰিলে। সংগঠনটোৱে আজি তিনিচুকীয়া জিলাৰ কাকপথাৰ, ডিৰাক, নৱজ্যোতি মধ্য ইংৰাজী খেল পথাৰত কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে।
Assamese | October 27, 2026 12:14 PM | Tinshukia
তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন