ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ অনুষ্ঠিত হয়। অলিম্পিক চেম্পিয়ন উগাণ্ডাৰ যশুৱা চেপ্তেগিয়ে পুৰুষ শাখাৰ খিতাপ দখল কৰাৰ বিপৰীতে ইথোপিয়াৰ এলেমদিছ ইয়ায়ু মহিলাৰ শাখাত প্রথম স্থান অৰ্জন কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।
Assamese | October 20, 2024 6:52 PM | Delhi Half Marathon
দিল্লী হাফ মাৰাথনৰ ১৯ সংখ্যক সংস্কৰণ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত