আঞ্চলিক সংবাদ

December 10, 2025 11:28 AM

views 103

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত প্ৰায় ছটাকৈ মহলা জুইয়ে ছানি ধৰে। পুৱা পৰ্যন্ত অগ্নি নির্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জুই নুমুওৱাৰ চেষ্টা কৰি আছে যদিও সম্পূর্ণৰূপে অগ্নি নির্বাপন কৰিবল...

December 10, 2025 11:24 AM

views 73

এম জি এনৰেগাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ এম জি এনৰেগাৰ অধীনত ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে এহেজাৰ ৫০৮ কোটি ৪০ লাখ টকা অসমলৈ আৰু ৯১৭ কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্য কেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা...

December 10, 2025 11:14 AM

views 58

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শ...

December 10, 2025 11:08 AM

views 414

আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দ...

December 9, 2025 8:14 PM

views 56

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বিগত বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক ধন প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ কোটি পৰিয়ালক ৫ লাখকৈ স্...

December 9, 2025 8:12 PM

views 47

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানে কয়, যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰিক্ষিত তথ্যৰ...

December 9, 2025 7:36 PM

views 39

ৰঙিয়াত বানপীড়িত অঞ্চলত বানৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কামৰূপ জিলাৰ ৰঙিয়াত বানপীড়িত অঞ্চলত বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন অনুষ্ঠিত হয়। ৰঙিয়াৰ শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা ...

December 9, 2025 7:34 PM

views 37

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপনৰ লগতে এই সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহত সেৱা আগবঢ়োৱা পূ...

December 9, 2025 7:32 PM

views 45

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, ছহিদ প্রণাম জ্যোতি প্রজ্বলন, দিহা নাম, থিয় নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্...

December 9, 2025 7:19 PM

views 26

পি এম আৱাস যোজনা গ্রামীণৰ অন্তৰ্গত ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অন্তৰ্গত ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আজি উদ্বোধন কৰে। কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিক...