আঞ্চলিক সংবাদ

December 11, 2025 7:28 PM

views 28

ৰাজ্যত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগ...

December 11, 2025 12:37 PM

views 37

ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ ন-পামত কৰ্মৰত মহিলাৰ বাবে আবাসগৃহৰ আধাৰশিলা স্থাপন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত ৮ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে এই আবাসগৃহটো নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু কৰ্ম উপযোগী পৰিৱে...

December 11, 2025 12:34 PM

views 45

ডিব্ৰুগড়ত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিছে। এই আঁচনিৰ দ্বাৰা ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ'ব। অনুষ্ঠান...

December 11, 2025 12:30 PM

views 56

আজিৰে পৰা ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ অনুষ্ঠিত

সমাগত বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কার্যালয় চৌহদত অৱস্থিত ই ভি এম গুডামঘৰত অহা ২৩ ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। এই পৰীক্ষণ কার্য কামৰূপ জিলাৰ ন...

December 11, 2025 12:24 PM

views 31

চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গৱেষণা কেন্দ্র স্থাপন

মাজুলীৰ চৰাইচোঙত পক্ষী সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা পক্ষী গবেষণা কেন্দ্র স্থাপন কৰা হ'ব। স্বেচ্ছাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত চৰাইচোং মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি সংগঠনটোৰ কর্তৃপক্ষই এই বিষয়ে প্রকাশ কৰে। ৩৯০ বছৰীয়া ইতিহাস সমৃদ্ধ এই চৰাইচোঙত ১৬৩৩ খ্রীষ্...

December 11, 2025 12:19 PM

views 57

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত কালি আয়োজিত বিজয় দিৱসৰ কার্যসূচীত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মার্হেল অমৰপ্রীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই আয়োজনক অত্যন্ত গুৰুত্বপূর্ণ বুলি অভিহিত কৰি কয়, যে এই দিৱসে ১৯৭১ চ...

December 11, 2025 12:08 PM

views 25

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে শীঘ্রেই নতুন বিজ্ঞাপন প্রকাশ কৰিব। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ সবিশেষ তালিকা দাখিলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে প্রতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলক নির্দেশ দিছে। ২০২৬ চ...

December 11, 2025 12:05 PM

views 52

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রীৰ ৰাজ্যবাসীক সতর্কবাণী

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ'লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়...

December 11, 2025 12:02 PM

views 54

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামা দাখিলব নির্ধাৰিত সময়সীমা ১৮ ডিচেম্বৰত উকলি যাব যদিও ছদিন পূর্বেই অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰব্ববী তথা বিশেষ সঞ্চালক প্রধ...

December 11, 2025 12:01 PM

views 26

প্রধানমন্ত্রীৰ সমাগত অসম ভ্রমণ সন্দর্ভত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক তথা শীর্ষ বিষয়াৰ সৈতে যাৱতীয় প্রস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ড° শর্মাই লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২১ ডিচেম্বৰত নামৰূপত অংশ ল'বলগীয়া জনসভা...