মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিছে। এই আঁচনিৰ দ্বাৰা ৩ লাখ ১০ হাজাৰৰো অধিক শিক্ষার্থী লাভান্বিত হ’ব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ লগতে কেইবাগৰাকীও মন্ত্রী, বিধায়ক উপস্থিত থাকে।
Assamese | December 11, 2025 12:34 PM | cm meeting
ডিব্ৰুগড়ত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ