ৰাষ্ট্ৰীয়

April 22, 2024 8:07 PM

views 54

গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নির্বাচন আয়োগৰ টাস্ক ফ’ৰ্চ গঠন

নির্বাচন আয়োগে প্ৰতিটো পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰীষ্ম প্রবাহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে। এই টাস্ক ফ'ৰ্চত নির্বাচন আয়োগে, ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলক সন্নিবিষ্ট কৰিছে। তেওঁলোকে ভোটগ...

April 22, 2024 8:01 PM

views 38

দেশৰ বিভিন্ন প্ৰান্তত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আলিগড় আৰু ফটেহপুৰ ছিক্ৰী জিলাত প্ৰচাৰ চলায়। একেদৰে বিৰোধী দলসমূহেও প্ৰচাৰ ব্যাপক ৰূপত চলাই আছে। বহুজন সমাজ পাৰ্টীৰ মু...

April 22, 2024 8:00 PM

views 48

বিশ্বৰ সবাতকৈ ওখ যুদ্ধক্ষেত্র চিয়াছেন পৰিদৰ্শন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিশ্বৰ সবাতকৈ ওখ যুদ্ধক্ষেত্র চিয়াছেন পৰিদৰ্শন কৰি তাৰ সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ থিতাতে মূল্যায়ন কৰে। তেওঁ লগতে অত্যন্ত প্রতিকূল বতৰ আৰু প্ৰত্যাহ্বানমূলক ভৌগলিক পৰিস্থিতিৰ মাজত কৰ্তব্যত নিয়োজিত হৈ থকা সেনা বাহিনীৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে। প্রতিকূল পৰিস্থি...

April 22, 2024 7:58 PM

views 38

উত্তৰ প্ৰদেশৰ আলিগড়ত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী মিত্রজোট স্বজনতোষণ আৰু তুষ্টিকৰণ ৰাজনীতিত লিপ্ত হৈ অহা বুলি অভিযোগ তুলি বিৰোধী পক্ষক তীব্র সমালোচনা কৰিছে। উত্তৰ প্ৰদেশৰ আলিগড়ত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, দেশৰ পৰা দৰিদ্ৰতা দূৰীকৰণ আৰু দুর্নীতি তথা স্বজনতোষণৰ...

April 22, 2024 7:55 PM

views 73

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিছে। সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডº পদ্মা সুব্রমণ্যমক পদ্ম বিভূষণ সন্মান প্রদান কৰে। আনহাতে ব...

April 22, 2024 5:55 PM

views 50

আই পি এলত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱৰ্তীণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পা...

April 22, 2024 5:44 PM

views 37

সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন

পৰিবেশ সংৰক্ষণৰ প্ৰচেষ্টাসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্র বিশ্বতে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। পৃথিৱী বনাম প্লাষ্টিক শীৰ্ষক বিষয়বস্তুৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ তথা প্ৰকৃতিৰ ওপৰত প্লাষ্টিকে পেলোৱা প্ৰতিকূল প্রভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়াৰ উপকূলত তেলৰ ...

April 22, 2024 11:44 AM

views 52

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰেলী আৰু ৰোড শ্ব’ৰে ভোটাদাতাৰ মন আকৰ্ষণৰ চেষ্টা দলীয় নেতাৰ

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব’ৰ আয়োজন কৰি ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ আপ্রাণ চেষ্টা চলাইছে। এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত কেৰালাৰ ২০ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, উত্তৰ প্ৰদে...

April 22, 2024 11:39 AM

views 53

লোকসভা নির্বাচনৰ বাবে কংগ্ৰেছৰ ১১গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ

কংগ্ৰেছে লোকসভা নির্বাচনৰ বাবে ১১গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে। দলে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিৰ পৰা যশস্বিনী সাহাই আৰু গোড্ডা সমষ্টিৰ পৰা দীপিকা পাণ্ডে সিঙৰ পৰিৱৰ্তে প্ৰদীপ যাদৱক প্রার্থিত্ব প্ৰদান কৰিছে। তালিকাখনত অন্ধ্ৰপ্ৰদেশৰ ৯ গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। বিজয়বাড়া ল...

April 22, 2024 11:38 AM

views 50

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নির্বাচন আয়োগে এই কেন্দ্ৰকেইটাত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ পুনৰ ভোটগ্ৰহণ কৰিবলৈ ৰাজ্যিক নির্বাচন প্ৰাধিকৰণক নিৰ্দেশ দিছিল।