ৰাষ্ট্ৰীয়

July 31, 2025 1:25 PM

views 42

শ্বিলঙৰ মাওলিং খুং, শিলচৰৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড’ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য

কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিং খুং আৰু শিলচৰৰ সমীপৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড'ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পৰ বাবে আনুমানিক ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী...

July 31, 2025 1:19 PM

views 31

১৯৬২ চনৰ যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাইঃ কিৰেণ ৰিজিজু

১৯৬২ চনৰ চীনৰ সৈতে যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু পশ্চিম অৰুণাচল সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে কালি লোকসভাত প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কৰা মন্তব্যৰ প...

July 31, 2025 1:17 PM

views 40

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা

অসম চৰকাৰৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে। এই বেংকত ৭ হাজাৰ ধানৰ সঁচ সংৰক্ষণ কৰা হ'ব। বিশ্ববিদ্যালখনে যোৱা ৫ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, মাহ জাতীয় শস্য, কণী ধানকে ধৰি ২৪ বিধ শস্যৰ সঁচ উদ্ভাৱন কৰিছে। দেশৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত কেইবাবিধো শস্...

July 31, 2025 9:46 AM

views 32

অ’ভেলত আজি ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম টেষ্ট

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট আজি অ’ভেলত আৰম্ভ হ’ব। অ’ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ’ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছ...

July 31, 2025 9:42 AM

views 25

ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কানাডাৰ

অহা ছেপ্তেম্বৰত কানাডাই ৰাষ্ট্ৰসংঘত পেলেষ্টাইনী ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিবলৈ ঘোষণা কৰা কানাডা হৈছে জি-ছেভেনৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ তৃতীয়খন ৰাষ্ট্র। অৱেশ্য কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কাৰ্নীয়ে কয়, যে এই সিদ্ধান্ত গণতান্ত্রিক সংস্কাৰৰ লগতে ...

July 31, 2025 9:34 AM

views 37

৮৬সংখ্যক ছহিদ দিৱস উপলক্ষে বৈপ্লৱিক ছহিদ উধম সিঙলৈ শ্ৰদ্ধাঞ্জলি

বৈপ্লৱিক ছহিদ উধম সিঙৰ ৮৬ সংখ্যক ছহিদ দিৱস উপলক্ষে সমগ্র দেশে আজি তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। উধম সিং গড়ৰ পাৰ্টি আৰু হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিক এছ'চিয়েচনৰ সৈতে জড়িত আছিল। ১৯১৯ চনৰ অমৃতচৰৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে উধম সিঙে ১৯৪০ চনৰ ৩০ মাৰ্চত তদানীন্তন ব্ৰিটিছ পাঞ...

July 31, 2025 9:30 AM

views 31

ৰে’লৱে সুৰক্ষা ব্যৱস্থা কৱচ ৪.০ কোটা-মথুৰা খণ্ডত কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ সাজু

থলুৱাভাৱে বিকশাই তোলা ৰে'লৱে সুৰক্ষা ব্যৱস্থা কৱচ ৪.০ কোটা-মথুৰা খণ্ডত কাৰ্যকৰী কৰাৰ বাবে সাজু হৈছে বুলি চৰকাৰে ঘোষণা কৰিছে। লোকসভাত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰি কয়, যে দেশৰ ৰে’ল ব্যৱস্থা আধুনিকীকৰণৰ ক্ষেত্ৰত ৰে'লৱেৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্রীবৈষ্ণৱে কয়, যে অচিৰেই ৰে'ল ...

July 31, 2025 9:27 AM

views 27

পহিলা আগষ্টৰ পৰা ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যত ২৫% শুল্ক আৰোপ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণা বিবেচনাৰ অৰ্থে গ্ৰহণ ভাৰতৰ

অহা পহিলা আগষ্টৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্যত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ'ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণাক ভাৰতে বিবেচনাৰ অৰ্থে গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰে ইয়াৰ প্ৰয়োগ সন্দৰ্ভত অধ্যয়ন কৰি আছে। বিবৃতিত লগতে কোৱা হৈছে...

July 31, 2025 9:23 AM

views 31

কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাজ্যসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কৰা মন্তব্যৰ শলাগ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। কালি দিনৰ ভাগত ৰাজ্যসভাত সিন্দূৰ অভিযান সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় মন্ত...

July 31, 2025 9:19 AM

views 57

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ’ব

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০ সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কালি নতুন দিল্লীত এই বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কিস্তিৰ ধন মোকলাই দিয়াৰ লগতে অধিক সংখ্যক কৃষকে যাতে এই আঁচনিৰ সুফ...