বৈপ্লৱিক ছহিদ উধম সিঙৰ ৮৬ সংখ্যক ছহিদ দিৱস উপলক্ষে সমগ্র দেশে আজি তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে। উধম সিং গড়ৰ পাৰ্টি আৰু হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিক এছ’চিয়েচনৰ সৈতে জড়িত আছিল। ১৯১৯ চনৰ অমৃতচৰৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে উধম সিঙে ১৯৪০ চনৰ ৩০ মাৰ্চত তদানীন্তন ব্ৰিটিছ পাঞ্জাৱৰ প্ৰাক্তন উপ-ৰাজ্যপাল মাইকেল অ’ ডায়ৰক হত্যা কৰিছিল।
Assamese | July 31, 2025 9:34 AM | Udham singh
৮৬সংখ্যক ছহিদ দিৱস উপলক্ষে বৈপ্লৱিক ছহিদ উধম সিঙলৈ শ্ৰদ্ধাঞ্জলি