থলুৱাভাৱে বিকশাই তোলা ৰে’লৱে সুৰক্ষা ব্যৱস্থা কৱচ ৪.০ কোটা-মথুৰা খণ্ডত কাৰ্যকৰী কৰাৰ বাবে সাজু হৈছে বুলি চৰকাৰে ঘোষণা কৰিছে। লোকসভাত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰি কয়, যে দেশৰ ৰে’ল ব্যৱস্থা আধুনিকীকৰণৰ ক্ষেত্ৰত ৰে’লৱেৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্রীবৈষ্ণৱে কয়, যে অচিৰেই ৰে’ল সুৰক্ষাৰ ক্ষেত্ৰত কৱচ ৪.০ কাৰ্যকৰী কৰা হ’ব।
Assamese | July 31, 2025 9:30 AM | railway kota mathura
ৰে’লৱে সুৰক্ষা ব্যৱস্থা কৱচ ৪.০ কোটা-মথুৰা খণ্ডত কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ সাজু