August 12, 2025 9:03 PM
15
ৰাজ্যসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন
ৰাজ্যসভাত আজি ৰাষ্ট্ৰীয় ক্রীড়া প্ৰশাসন বিধেয়ক ২০২৫ আৰু ৰাষ্ট্ৰীয় ড'পিং বিৰোধী সংশোধন বিধেয়ক-২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কখনত ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাসমূহক স্বীকৃতি প্রদান কৰাৰ লগতে সেইসমূহৰ কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ সুবিধা থাকিব। এই বিধেয়কখনত ৰাষ্ট্ৰীয় অল...