ৰাষ্ট্ৰীয়

August 13, 2025 9:55 PM

views 17

নতুন দিল্লীত ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক

ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নেতৃত্ব দিয়া এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। বৈঠকত ছিংগা...

August 13, 2025 9:45 PM

views 45

আকাশবাণীত অহা ৩১ আগষ্টত প্ৰধানমন্ত্ৰীৰ ১২৫সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ ১২৫ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ ট'ল ফ্ৰী নম্বৰ ফোন কৰি তেওঁলোকৰ দিহা-পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। জনসাধাৰণে লগতে নৰেন্দ্ৰ মোদী এপ অথবা ...

August 13, 2025 12:20 PM

views 51

আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস আয়োজন

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিভাৱকসকলে সন্তানক বিশেষ গুৰুত্ব দিব লাগে। ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কালি এইদৰে প্ৰকাশ কৰে। এইচ আই ভি তথা এইডছৰ বি...

August 13, 2025 12:16 PM

views 40

নিৰ্বাচন আয়োগৰ সৈতে এন চি পিৰ এটা প্ৰতিনিধি দলৰ মত বিনিময়

নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰীজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। উল্লেখযোগ্য...

August 13, 2025 12:14 PM

views 27

বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বৈদেশিক চাপৰ পৰিপ্ৰেক্ষিততো বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীত কালি কৃষক সংগঠনৰ নেতা আৰু কৃষকৰ এটা বৃহৎ দলে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিংহ চৌহানৰ সৈতে বৈঠকত মিলি...

August 13, 2025 12:12 PM

views 35

ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী তথা বহুমুখী সম্পৰ্ক আছে আৰু এই সংযোগ হৈছে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ মূল চাবি-কাঠি। মুম্বাইত কালি সেউজ আৰু ডিজিটেল মেৰিটাইম কৰিডৰ কাৰ্যসূচীৰ এটা ভিডিঅ’ বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে প্ৰধানমন্ত্ৰী ন...

August 13, 2025 12:05 PM

views 29

নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল

 নতুন দিল্লীত আজি ভাৰত-ছিংগাপুৰ মন্ত্ৰীসভাৰ তৃতীয়লানি ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰ, নিৰ্মলা সীতাৰমণ, অশ্বিনী বৈষ্ণৱ আৰু পিয়ুষ গোৱেলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক মন্ত্ৰালয়ে জনাইছে যে, ছিংগাপুৰৰ উপ প্ৰধানমন্ত্ৰী গন কীম য়ং আৰু বিদেশমন্ত্ৰী যোছে ফাইন টিঅ’ও এই বৈঠকত অংশ...

August 13, 2025 12:02 PM

views 43

অৰ্ধপৰিবাহী খণ্ডত ভাৰতৰ দ্ৰুত অগ্ৰগতি লাভৰ লগতে ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰি বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অৰ্ধপৰিবাহী খণ্ডত ভাৰতে দ্ৰুত অগ্ৰগতি লাভ কৰাৰ লগতে ইয়াৰ ডিজিটেল ভৱিষ্যতক শক্তিশালী কৰিবলৈ আৰু বিশ্বব্যাপী উদ্ভাৱনক আগুৱাই নিবলৈ এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢি় তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে অন্ধ...

August 12, 2025 9:10 PM

views 33

বাংলাদেশৰ পৰা মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ

চৰকাৰে বাংলাদেশৰ পৰা কেতবোৰ মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিত নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে কালি জাৰি কৰা এখন নিৰ্দেশনাত এইবুলি কোৱা হৈছে যে, মৰাপাটৰ কাপোৰ, সুতলি, ৰচী আৰু বেগ আদি সামগ্ৰীসমূহ শীঘ্ৰেই কাৰ্য্যকৰী হোৱাকৈ কেৱল মহাৰাষ্ট্ৰৰ হাৱা সেৱা বন্দৰ হৈহে ভাৰতত প্ৰৱেশ কৰিব পাৰ...

August 12, 2025 9:06 PM

views 27

লোকসভাত আজি ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ গৃহীত

ভাৰতীয় বন্দৰ বিধেয়ক-২০২৫ আজি লোকসভাত গৃহীত হয়। এই বিধেয়কখনে জল পৰিবহণৰ সৈতে জড়িত আইন শক্তিশালী কৰা, বন্দসমূহেৰে হোৱা বাণিজ্যৰ নিয়মাৱলীৰ সৰলীকৰণ আৰু ভাৰতৰ বন্দসমূহৰ যথাযথ ব্যৱহাৰ সুনিশ্চিত কৰিব। বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।