ৰাষ্ট্ৰীয়

September 16, 2025 1:27 PM

views 58

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পিছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিতিন গাড...

September 16, 2025 1:24 PM

views 38

জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত চি বি আইৰ তালাচী অভিযান

কেন্দ্রীয় অনুসন্ধান সংস্থা- চি বি আইয়ে জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ১৬টা বিভিন্ন স্থানত তালাচী অভিযান চলায়। উল্লেখযোগ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী বি নগেন্দ্ৰ জে’ললৈ গৈছিল। চি বি আইৰ এটা সূত্ৰ মতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্...

September 16, 2025 1:19 PM

views 47

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰই আজিৰে পৰা মন কী বাত শীৰ্ষক এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্রদর্শনীখনত প্ৰখ্যাত শিল্পী মনজিৎ সিঙে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰ কৰা মন কী বাত অনুষ্ঠানৰ অনুপ্ৰেৰণাত এখন চিত্র শৃংখলা প্ৰদৰ্শন কৰিব। অধ্যাপিকা ৰীচা কাম্বজৰ তত্বা...

September 16, 2025 1:16 PM

views 43

লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্ৰধানমন্ত্ৰীৰ

এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল । চলিত মাহৰ ৩ তাৰিখে জি এছ টি পৰিষদে বহু খণ্ডত কৰ হ্ৰাস কৰি নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ লগে লগে প্রধানমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগী বাস্তৱায়িত হয়। এই সংস্কাৰৰ অধীনত চৰকাৰে কৃষিখণ্ডত জি এছ ...

September 16, 2025 1:15 PM

views 37

বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

 বিহাৰ, পশ্চিমবংগ আৰু অসমক অনুপ্ৰৱেশকাৰীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ এন ডি এৰ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। বিহাৰৰ পুৰ্ণীয়াত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কালি এইদৰে কয় । উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে কালি বিহাৰৰ পুৰ্ণীয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো...

September 16, 2025 1:14 PM

views 49

নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত আজি মাদকদ্রব্য বিৰোধী টাস্ক ফ'ৰ্চৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই সন্মিলনে ড্রাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে এই লক্ষ্যত উপনীত হ'বলৈ ৰোডমেপ প...

September 16, 2025 1:00 PM

views 37

সেনাবাহিনীৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ফ'ৰ্ট উইলিয়ামত কালি সেনাবাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাবাহিনীৰ তিনিওটা গোটৰ মুৰববীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত উত্তৰ- প...

September 15, 2025 8:50 PM

views 19

কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ সংযুক্ত কমাণ্ডাৰ্ছসকলৰ সন্মিলন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ বিজয় দুৰ্গৰ সেনা বাহিনীৰ পূব কামাণ্ড মুখ্য কাৰ্যালয়ত সংযুক্ত কমাণ্ডাৰ্ছ সকলৰ সন্মিলনত উপস্থিত থাকে। সন্মিলনত শ্ৰীমোদীয়ে দেশ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদান আৰু অপাৰেছন সিন্দূৰত দেখুওৱা সাহসীকতাৰ বাবে নিৰাপত্তা বাহিনীসমূহক প্ৰশংসা কৰিছে। প্রধ...

September 15, 2025 8:47 PM

views 54

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰত বিশ্বৰ তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত

অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে-জাপানক পাছপেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষ স্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাড...

September 15, 2025 8:43 PM

views 32

ব্যক্তিগত কোম্পানীৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি দেশৰ ষ্টাৰ্ট আপ খণ্ডৰ বিকাশৰ বাবে এটা ব্যক্তিগত কোম্পানীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বিশেষকৈ বিত্তীয় সেৱাত নতুন প্রযুক্তি আৰু আন উদ্ভাসিত প্ৰযুক্তিখণ্ডত ষ্টার্টআপৰ পৰিবেশ গঢ়ি তোলাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে।