April 15, 2024 7:07 PM

views 53

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিধি বলৱৎকাৰী সংস্থাসমূহৰদ্বাৰা দেশত ৪,৬৫০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ

লোকসভা নিৰ্বাচনৰ ৭৫ বছৰীয়া ইতিহাসত বিধি বলৱৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা ১ মাৰ্চৰ পৰা প্ৰতিদিনে এশ কোটি টকা জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলৱৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পর্যন্ত দেশত ৪...

April 15, 2024 6:52 PM

views 129

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান বিষয়ক আই এম এফ আৰু বিশ্ব বেংকৰ বুধবাৰে যুটীয়া বৈঠক

জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান আৰু ঋণগ্রস্ত দেশসমূহলৈ সাহায্য প্রদান এই দুই বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অর্থাৎ আই এম এফ আৰু বিশ্ব বেংকৰ যুটীয়া সভাখন অহা বুধবাৰে ৱাশ্বিংটনত অনুষ্ঠিত হ'ব। আই এম এফৰ দ্বাৰা প্ৰকাশিত ৱাল্ড ইকনমিক আউটলুক শীর্ষক জার্নেলখন উন্মোচনেৰে এই সভা আৰম্ভ হয়। গোলকীয় অৰ্...

April 15, 2024 6:47 PM

views 100

আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি নাগপুৰৰ নেচনেল একাডেমী অব টেক্সেছত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় ৰাজহ সেৱা চমুকৈ আই আৰ এছৰ ৭৬ সংখ্যক বেটছৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। এই অনুষ্ঠানত আই আৰ এছৰ এই বেটছটোত ৫৬ জন ভাৰতীয় ৰাজহ সেৱা বিষয়া আৰু দুজন ৰয়েল ভূটান সেৱাৰ বিষয়া আছে। এই আই আৰ এছ বিষয়াসকলক কেন্দ্ৰ...

April 15, 2024 6:42 PM

views 63

অৰুণাচল প্ৰদেশৰ নিছি জনজাতিৰ লংতে উৎসৱ পালন

অৰুণাচল প্ৰদেশৰ নিছি জনজাতিৰ আজি লংতে উৎসৱ পালন কৰিছে। লংতে উৎসৱ হৈছে নিছি জনজাতিসকলৰ কৃষিৰ লগত জড়িত আটাইতকৈ পুৰণি উৎসৱ। এই উৎসৱে নতুন ঋতুৰ আগমনৰ সংকেত দিয়ে যাৰ পাছত খেতি-পথাৰসমূহত গুটী সিঁচা আৰম্ভ হয়। প্রাচীন কালৰে পৰা চলি অহা এই উৎসৱে মানৱ সমাজক অশুভ শক্তিৰ পৰা ৰক্ষা কৰাৰ বিষয়ে স্মৰণ কৰোৱাই। অ...

April 15, 2024 6:44 PM

views 150

অমৰনাথ বাৰ্ষিক যাত্ৰা ২৯ জুনত আৰম্ভ

জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথ জীৰ বাৰ্ষিক যাত্ৰা অহা ২৯ জুনৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে, ৫২ দিনীয়া এই তীর্থ যাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা দুটা পথেৰে কৰিব পাৰিব । এই পথ দুটা হ'ল- অনন্তনা...

April 15, 2024 2:18 PM

views 61

আই পি এল ক্রিকেট ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইক...

April 15, 2024 1:40 PM

views 109

ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ইৰান-ইজৰাইলক সংযম ৰক্ষা কৰাৰ আহ্বান

ইৰানে ইজৰাইলৰ ভূ-খণ্ডত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইৰান-ইজৰাইলৰ বিদেশ মন্ত্ৰীৰ লগত বাৰ্তালাপ কৰি দুই দেশক সংযম ৰক্ষা কৰাৰ আহ্বান জনায়। ইৰানে ইজৰাইলত ২০০ৰো অধিক ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ ২৪ ঘণ্টা পাছত দুয়ো দেশৰ বিদেশমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰ...

April 15, 2024 1:21 PM

views 49

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলৱৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি শুনানি হ'ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দিপাংকৰ দত্তৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে কেজৰিৱালৰ আবেদনৰ শুনানি গ্রহণ কৰিব। উল্লেখ্য যে ৯ এপ্ৰ...

April 15, 2024 12:58 PM

views 119

আকাশবাণী গুৱাহাটীৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱা

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কালি নিশাৰ চলন্তিকা-লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। বাক্সা জিলাৰ আমাৰ সংবাদদাতাই আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুটা লোকসভা সমষ্টি ক্ৰমে দৰং-ও...

April 15, 2024 12:45 PM

views 70

লোকসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণৰ দিনকেইটা ৰাজ্য চৰকাৰৰ বেতনসহ ছুটী ঘোষণা

লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্য চৰকাৰে ভোটগ্ৰহণৰ দিনকেইটাত বেতনসহ ছুটী ঘোষণা কৰিছে। অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰা অধিসূচনা অনুযায়ী অসমত ৩টা পৰ্যায়ত ভোটগ্রহণ হ'বলগীয়া ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' দিনকেইটাত সকলো কাৰখানা, চাহ বাগিচা, দোকান তথা বাণিজ্যিক প্রতিষ্ঠান, ৰাজহুৱা আমোদ প্রমোদ বা ...