April 15, 2024 12:26 PM

views 78

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। দলসমূহে শীর্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাবেশ, মটৰ চাইকেল সমদল, ৰোড শ্ব' আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ...

April 15, 2024 12:15 PM

views 56

লোকসভা নির্বাচনৰ বাবে বিজেপিৰ সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ

সমাগত লোকসভা নির্বাচনৰ বাবে বিজেপিয়ে কালি সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ উপস্থিতিত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই ইস্তাহাৰ জাৰি কৰে। ইস্তাহাৰত দলে উমৈহতীয়া...

April 15, 2024 1:32 PM

views 72

ৰাজ্যজুৰি আনন্দ উছাহৰ মাজেৰে ব’হাগ বিহু পালন

আজি গোসাঁই বিহু। সাদিনীয়া বিহুৰ তৃতীয় দিনটো অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। ইফালে, ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উছাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎ...

April 12, 2024 5:12 PM

views 91

মধ্যপ্ৰদেশত এতিয়ালৈ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ

মধ্যপ্রদেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচন আয়োগৰ দলে এমাহতকৈও কম সময়ৰ ভিতৰত ১০০ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী তথা নগদ ধন জব্দ কৰিছে। ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্য নির্বাচনী বিষয়া অনুপম ৰাজনে সদৰী কৰা অনুসৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি জাৰি হোৱাৰ...

April 12, 2024 4:55 PM

views 82

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে অসমৰ ৮০ লাখৰো অধিক ভোটদাতা সাজু

অসমত ৮০ লাখৰো অধিক ভোটদাতাৰ উপৰি ৩০০ ভোটদাতা থকা এটা বিশেষ পৰিয়াল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ বাবে সাজু হৈ উঠিছে। শোণিতপুৰ সমষ্টিৰ অধীনৰ নেপালী পাম গাঁৱত থকা থাপা পৰিয়ালটোৱে বৃহৎ সংখ্যক ভোটদাতা থকাৰ অনন্য স্বীকৃতি লাভ কৰিছে। পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে ১৯০৬ চনত নেপালী পামত বসতি আৰম্ভ কৰ...

April 12, 2024 4:27 PM

views 96

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খনকৈ, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১,...

April 11, 2024 8:34 PM

views 57

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ’ব

প্রথম পৰ্যায়ৰ লোকসভা নির্বাচনলৈ মাজত মাথোঁ ৮টা দিন বাকী থকা অৱস্থাত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাবৰ মুখ্যমন্ত্রী তথা আপৰ নেতা ভগৱন্ত মান অসমত উপস্থিত হ'ব। তেওঁ ডিব্ৰুগড় সমষ্টিত দলীয় প্রার্থী মনোজ ধনোৱাৰৰ হৈ তিনিচুকীয়া জিলা...

April 11, 2024 8:28 PM

views 62

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ...

April 11, 2024 8:25 PM

views 53

ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় যে, দেশত নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ দৰে দুটা গভীৰ সমস্যা থকাৰ পাছতো অন্যান্য বিষয়সমূহকহে গুৰুত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে দেশত পিছপৰা শ্ৰেণী, জনজাতি, দলিত, সংখ্যালঘু ...

April 11, 2024 8:22 PM

views 64

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ...