ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাতো কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন কৰা হ’ব। এই সুশাসন সপ্তাহত বিভিন্ন ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ বাবে জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়া হৈছে।
Assamese | December 18, 2024 1:20 PM | Akashvani | Kokrajhar
ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাত কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন