অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত সমবেত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্রকাশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ দেবানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।