July 21, 2026 7:50 PM

views 28

আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিৰ দ্বিমুকুট লাভ

গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত অনুষ্ঠিত প্রথম আটা-কিয়া টেনিছ প্ৰিমিয়াৰ লীগত অসমৰ ফাগুনজ্যোতিয়ে দ্বিমুকুট লাভ কৰিবলৈ সমৰ্থ হৈছে। ফাগুনজ্যোতিয়ে ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ একক শাখাত বিজয়ীৰ খিতাপ দখল কৰে। সদৌ অসম টেনিছ সন্থাই তৃণমূল পৰ্যায়ৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে টি পি এলৰ সহযোগত আয়োজন কৰা ৰেচ টু গ’ল্ড শীৰ্ষক প্ৰতিযোগিতাখনত ল'ৰা আৰু ছোৱালীৰ ১০, ১২ আৰু ১৪ বছৰ অনূর্ধ তিনিটা শাখাত খেল অনুষ্ঠিত হয়। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত দুলীয়াজান, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নুমলীগড়, শিলচৰ আৰু গু...

July 13, 2026 5:47 PM

views 32

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয়

বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে। অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ড শেম জয়৷ ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক'ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ' হান্যু আৰু ক্ৰিষ্টিনা ম্লাডেনোভিছে কানাডিয়ান-ব্রাজিলিয...

June 8, 2026 12:40 PM

views 36

প্ৰথমবাৰৰ বাবে আলেকজেণ্ডাৰ জেবেৰেভৰ গ্রেণ্ড শ্লেমৰ খিতাপ দখল

জাৰ্মানীৰ আলেকজেণ্ডাৰ জেবেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্রেও শ্লেমৰ খিতাপ দখল কৰে। ৰোলেণ্ড গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ' ক’ব’লিক ৫ ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বিশ্বৰ তৃতীয় নম্বৰ খেলুৱৈ আলেকজেণ্ডাৰে ফিলিপ চেত্ৰিয়েৰ কোৰ্টত অনুষ্ঠিত ৪ ঘণ্টা ২০ মিনিটৰ খেলখনত তেওঁৰ প্ৰতিদ্বন্দীক ৬–১, ৪-৬, ৬-৪, ৬-৭, ৬-১ ছেটত পৰাস্ত কৰে। ইয়াৰ আগেয়ে তেওঁ ২০২০ চনত ইউ এছ অপেন, ২০২৪ চনত ফ্ৰেন্স অপেন আৰু আৰু ২০২৫ চনত অষ্ট্ৰেলিয়ান অপেনত ৰানাৰ্ছআপৰ খিতাপ অৰ্জন কৰিছিল। ১৯৩৭ চনত হেনাৰ হেংকেলৰ...

November 18, 2025 7:59 PM

views 67

এছ বি আই আই টি এফ জুনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতাত শ্বেৰী শৰ্মা প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

এছ বি আই আই টি এফ জুনিয়ৰ জে-ছিক্সটি আন্তর্জাতিক টেনিছ প্রতিযোগিতাত অসমৰ শ্বেৰী শৰ্মাই প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰা অসমৰ খেলুৱৈগৰাকীয়ে আজি দ্বিতীয় দিনা দেশৰে প্ৰতিদ্বন্দ্বী সবর্ণীকা বিছানাকাৰক ৭-৫, ৬-১ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা প্রতিযোগিতাখনৰ ল'ৰাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ আন এখন খেলত অসমৰ আন এগৰাকী খেলুৱৈ ৰৌনক কাশ্...

November 13, 2025 12:36 PM

views 64

আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছৰ পুৰুষ আৰু মহিলাৰ চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত

■ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ T- 200 আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ'ব।

November 9, 2025 7:39 PM

views 69

বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈৰ অংশগ্রহণেৰে গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত দুখনকৈ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ আয়োজন কৰিছে। প্রতিযোগিতা দুখনত ভাৰতৰ লগতে বিশ্বৰ ১৫খন দেশৰ দুই-শতাধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। চচলৰ টেনিছ প্রকল্পত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং ইভেন্ট আই টি এফ মাষ্টাৰ্ছ এম টি টু হান্ড্রেড প্রতিযোগিতাখনৰ খেল পুৱাৰে পৰা আৰম্ভ হ'ব। ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ পুৰুষ আৰু মহিলাৰ বাবে প্রতিযোগিতাখন মুকলি থাকিব। অহা ১৪ নৱেম্বৰত এই প...

September 5, 2025 9:14 PM

views 67

ইউ এছ অ’পেন টেনিছৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি

ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত এমাণ্ডা এনিছিমোভাই বৰ্তমানৰ চেম্পিয়ন এৰিনা ছেভেলেংকাৰ মুখামুখি হ'ব। আমেৰিকাৰ এনিছিমোভাই প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত নাওমী অছাকাক পৰাস্ত কৰে। ইফালে, প্রথমখন ছেমি ফাইলেনত বেলাৰুচৰ ছেভেলেংকাই আমেৰিকাৰ জেছিকা পেগুলাক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ এখন ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ ইটালীৰ বৰ্তমানৰ চেম্পিয়ন জেনিক চিনাৰ কানাডাৰ ফেলিক্স উগেৰ এলিয়াছিমেৰ মুখামুখি হ'ব। আনখন ছেমি ফাইনেলত নভাক জ'ক'ভিচে স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰাজৰ মুখামুখি ...

September 4, 2025 3:29 PM

views 70

ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী

■ ইউ এছ অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ' ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন'ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে। জকভিছে কাইলৈ স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰ্জেৰ বিৰুদ্ধে ছেমি পাইনেলত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ আমাণ্ডা আনিছিম ভাই পোলেণ্ডৰ ইগা শ্বাইটেক ৬-৪, ৬-৩ ছেট পৰাস্ত ক...

July 26, 2025 10:44 AM

views 66

চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ স্বাত্বিকছাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে চাইনা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছাংঝ’ত কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ তিনি নম্বৰ স্থানৰ যুটীটোৱে মালয়ছিয়াৰ অং ইউ চিন আৰু টেউ ই য়িক ২১- ১৮, ২১-১৪ পোনপটীয়া গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ যুটীটোৱে আজি হ’বলগীয়া খেলত বিশ্বৰ দ্বিতীয় স্থানৰ যুটী মালয়ছিয়াৰ আৰ’ন চিয়া আৰু ছ’হ উই য়িকৰ বিৰুদ্ধে খেলিব। ইপিনে ভাৰতৰ ১৭ বছৰীয়া খেলুৱৈ উন্নাতি হুডাই মহিল...

June 30, 2025 7:43 PM

views 72

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা ২০২৫ বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলচ্ শাখাত চলিত বৰ্ষৰ ফ্ৰেন্স অ’পেন খিতাপ অৰ্জন কৰা কাৰ্লছ আলকাৰাজ, বিশ্বৰ শীৰ্ষস্থানৰ জানিক ছিনাৰ আৰু ২৪ বাৰ গ্ৰেণ্ডশেম খিতাপ অৰ্জন কৰা ন’ভাক জ’ক’ভিচ অন্যতম তাৰকা খেলুৱৈ । আলকাৰাজ নিজৰ প্ৰথম ৰাউণ্ডৰ খেলত ফেবিঅ' ফগনিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ফ্ৰান্সৰ বেঞ্জামীন বনজিয়ে প্রতিযোগিতাৰ নৱম বাচনিপ্রাপ্ত তাৰকা খেলুৱৈ ডানিল মেদৱেদেৱক ৭-৬, ৩-৬...