April 7, 2025 8:09 PM
45
ৰোহণ বোপান্না, বেন শ্বেৰ্টন মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ
ফ্ৰান্সত অনুষ্ঠিত মণ্টে-কাল’ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ দ্বৈত শাখাত ভাৰতৰ ৰোহণ বোপান্নাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন শ্বেৰ্টনৰ সৈতে প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। তেওঁলোকৰ যুটিটোৱে কালি অনুষ্ঠিত প্রথম ৰাউণ্ডৰ খেলত আৰ্জেণ্টিনাৰ ফ্ৰাঞ্চিস্ক’ ছেৰুণ্ড’ল’ আৰু চিলিৰ এলেজাণ্ড’ টেবিল’ক ৬-৩, ৭-৫ ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ ৪৫ বছৰ বয়সীয়া খেলুৱৈ বোপন্না আৰু আমেৰিকাৰ ২২ বছৰীয়া শ্বেষ্টটন কাইলৈ হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ যুটি ছিমন বলেলী আৰু এণ্ডিয়া ৱাৱছ’ৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হ...